Student missing In Morigaon:
মৰিগাঁৱত নিৰুদ্দেশ দশম শ্ৰেণীৰ ছাত্ৰ ৷ বিগত দুদিন ধৰি নিৰুদ্দেশ হৈ আছে মৰিগাঁৱৰ ঔজাৰৰ অনুৰাগ বৰদলৈ নামৰ ছাত্ৰজন ৷ ছাত্ৰজনৰ পৰিয়ালৰ লোকে বহু বিচাৰখোচাৰ কৰাৰ পিছতো কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি ইতিমধ্যে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷
ADVERTISEMENT
কোনো লোকে খবৰ পালে নিম্নোক্ত ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালে ৷ ম’বাইল নম্বৰ দুটা হ’ল ৭০০২১-৪০২৩৭,৭০৮৬৬-৩১৪৬১