Silchar Incident:
শুকুৰবাৰে শিশু দিৱসৰ দিনাই এক অমানৱীয় ঘটনা সংঘটিত হয় শিলচৰত ৷ পবিত্ৰ দিনটোত মাতৃৰ অলক্ষিতে বিক্ৰী হয় এটা নৱজাতক ৷
ADVERTISEMENT
শিলচৰ মেডিকেল কলেজত জন্ম হোৱা নৱজাতকটিক প্ৰায় ৪০ হাজাৰ টকাত পিতৃ আৰু সতীয়া মাকে বিক্ৰী কৰাৰ অভিযোগ কৰি ইতিমধ্যে নবজাতকটিৰ দুৰ্ভগীয়া মাতৃয়ে শিলচৰ সদৰ থানাত ৰুজু কৰিছে গোচৰ ৷ শিলচৰ আৰক্ষীয়ে ইতিমধ্যে নৱজাতক বিক্ৰীৰ ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে I


































