Illegal Liquor Seized In Mariani:
মৰিয়নি আৰক্ষী থানাৰ সন্মুখতে চলিছে অবৈধ সুৰাৰ বেহা।মৰিয়নি পশু চিকিৎসালয়লৰ চৌহদত নিতৌ বহে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা। বুধবাৰে নিশা মৰিয়নি থানাৰ সন্মুখত ৰাইজে জব্দ কৰে সুৰা ভৰ্তি এখন ইকভেন।