পুনৰ অসুস্থ ছোনিয়া গান্ধী

images 5 3

Sonia Gandhi:পুনৰ অসুস্থ হৈ পৰিল কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী। দেওবাৰে তেওঁক দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত ভৰ্তি কৰোৱা হয়।

বৰ্তমান তেওঁক পেটৰ সমস্যাৰ বাবে গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগত ভৰ্তি কৰি পৰ্যবেক্ষণত ৰখা হৈছে।

ইয়াৰ পূৰ্বেও সাত জুনত শিমলাত থকাৰ সময়তে কংগ্ৰেছ নেত্ৰীগৰাকী অসুস্থ হৈ পৰিছিল।সেই সময়ত ততাতৈয়াকৈ তেওঁক ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ যোৱা হয়।

Exit mobile version