Sixmile Incident:মহানগৰীৰ ছয়মাইলত দিন দুপৰতে ছুৰিকাঘাতৰ ঘটনা

দুই ফলমূলৰ দোকানীক ছুৰীৰে আক্ৰমণ ইউটিউবাৰৰ, ইউটিউবাৰ ৰাব্বানী স্বয়মে দোকানীক ছুৰিকাঘাত কৰিয়েই পলায়ন

youtuber oo

Sixmile Incident:

মহানগৰীৰ সদাব্যস্ত ছয়মাইলত দেওবাৰে দিন দুপৰতে সংঘটিত চাঞ্চল্যকৰ ঘটনা ৷ দুই ফলমূলৰ ব্যৱসায়ীক ছুৰিকাঘাত কৰে ইউটিউবাৰ এজনে ৷ ৰাব্বানী স্বয়ামে আক্ৰমণত তেজেৰে তুমৰলি হয় দুই দোকানী।

উল্লেখ্য যে, দুই ফলমূলৰ দোকানীৰ লগত প্ৰথমে তর্কত লিপ্ত হৈছিল ৰাব্বানী ৷ পিছত হঠাতে এখন ছুৰিৰে ইউটিউবাৰজনে আক্ৰমণ কৰাৰ অভিযোগ কৰে আহত দোকানীদ্বয়ে ৷

আনহাতে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে আক্ৰমণকাৰী ইউটিউবাৰজন ৷ ইতিমধ্যে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version