APBN:
অসম আৰক্ষীত চাৰিটা নতুন বেটেলিয়নৰ নামাকৰণ কৰা হৈছে ৷ সেই অনুসৰি আসাম স্পেচিয়েল ৰিজাৰ্ভ ফৰ্চ বেটেলিয়নৰ ১ আৰু দুইক নতুন নামাকৰণেৰে কৰা হ’ল ২৯ আৰু ৩০ অসম আৰক্ষী বেটেলিয়ন ৷
ADVERTISEMENT
আনহাতে অসম ওদ্যোগিক সূৰক্ষা বাহিনীৰ এক ,দুইক ৩১ আৰু ৩২ নং অসম আৰক্ষী বেটেলিয়ন ৰূপে নামাকৰণ কৰা হয় ৷ ৰাজ্যৰ গৃহ বিভাগে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ৪টা নতুন বেটেলিয়নৰ নামকৰণ কৰাৰ নিৰ্দেশনা জাৰি কৰে।