Bihguri Zila Parishad:
সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত বিহগুৰি জিলা পৰিষদৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা শোণিতপুৰ জিলা যুৱ মৰ্চাৰ সভাপতি ৰাকেশ নাথৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ ।
ADVERTISEMENT
শপতনামাত ভূমি নাই বুলি উল্লেখ কৰি মিছা তথ্যৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল ৰাকেশ নাথে | এই অভিযোগ অধিবক্তা প্ৰনব জ্যোতি নাথৰ । উল্লেখ্য যে তথ্য অনুযায়ী তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লিখকগাওঁৰ ৬৭১ নং দাগত জনৈক মণ্টুল কুমাৰ নাথৰ পৰা ক্ৰয় কৰা ভূমি আছে ৰাকেশ নাথৰ নামত ৷






























