Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur Violence:মিছা তথ্যৰে উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালনা মণিপুৰ চৰকাৰৰ

সৰৱ বিজেপিসহ ৰাজ্যৰ সকলো কুকি-জো বিধায়ক, আমি কেতিয়াও মুখ্যমন্ত্রী বীৰেন সিঙৰ স'তে বৈঠকত মিলিত হোৱা নাই, মিছা তথ্যৰে উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালনা মণিপুৰ চৰকাৰৰ

samimsultana by samimsultana
November 12, 2024
in India, News
Reading Time: 3 mins read
0
Manipur Violence:মিছা তথ্যৰে উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালনা মণিপুৰ চৰকাৰৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

মণিপুৰত নগা-কুকিৰ সংঘৰ্ষৰ পৰিণতিত সেনাসহ ২০ অপহৃত

মণিপুৰ-ম্যানমাৰ সীমান্তত পুনৰ উগ্ৰপন্থী বিৰোধী অভিযান আৰম্ভ কৰিছে যুটীয়া বাহিনীয়ে

মণিপুৰৰ মেইটেইত কৃষকক সুৰক্ষা দিয়াৰ দায়িত্ব দুটা কেন্দ্ৰীয় বাহিনী

Manipur Violence:

মণিপুৰত শান্তি আলোচনাৰ নামত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে মিথ্যাচাৰৰ অভিযোগত সৰৱ হৈছে ১০ জন কুকি-জো সম্প্ৰদায়ৰ বিধায়ক। শাসকীয় বিজেপিসহ সকলো দলৰ বিধায়কে কুকি সকলৰ বাবে সুকীয়া পৃঠক প্ৰশাসনৰ দাবী উত্থাপন কৰে।

ADVERTISEMENT

তেওঁলোকে কয়,যে উচ্চতম ন্যায়ালয়ত যোৱা আঠ নৱেম্বৰৰ এক শুনানিত ভাৰতৰ ছলিচিটৰ জেনেৰেলে কয় যে মুখ্যমন্ত্রী এন বীৰেন সিঙে ৰাজ্যত শান্তি পুনৰ প্ৰতিষ্ঠাৰ বাবে সকলো কুকি বিধায়কৰ স’তে বৈঠকত মিলিত হৈছে। মুখ্যমন্ত্রী সিঙৰ তীক্ষ্ণ সমালোচক পাউলিয়েনলাল হাওকিপে বিধায়কৰ স্বাক্ষৰ কৰা এক বিবৃতিত এই কথা প্রকাশ কৰি ইয়াক সম্পূর্ণ মিথ্যাচাৰ বুলি জাঙুৰ খাই উঠে বিধায়কসকল। অৱশ্যে মণিপুৰ চৰকাৰৰ মতে গোষ্ঠী সংঘৰ্ষত জৰ্জৰ ৰাজ্যখনত শান্তি প্রক্রিয়া ব্যাহত কৰিবলৈ উদ্দেশ্য প্রণোদিতভাৱে বিকৃত অ’ডিঅ’ টেপৰ জৰিয়তে অপপ্ৰচাৰ চলোৱা হৈছে।

উল্লেখ্য যে বিবৃতিত কুকি-জো বিধায়কসকলে কয় যে উচ্চতম ন্যায়ালয়ত চৰকাৰী অধিবক্তাৰ ভাষ্য সম্পূর্ণ মিথ্যাচাৰ আৰু ইয়াৰ জৰিয়তে উচ্চতম ন্যায়ালয়ক ভুল পথেৰে পৰিচালিত কৰাৰ চেষ্টা চলোৱা হৈছে। কিয়নো মুখ্যমন্ত্রী সিঙে বিগত ১৮মাহ ধৰি বিধায়কসকলক কোনো দিনে সাক্ষাৎ কৰা নাই অথবা বৈঠকত মিলিত হোৱা নাই। মণিপুৰত গোষ্ঠী সংঘৰ্ষৰ সূচনা হোৱাৰ সময়ৰে পৰা আজি পর্যন্ত মুখ্যমন্ত্রী সিঙে এই বিধায়কসকলক কোনোদিনে সাক্ষাৎ কৰা নাই বুলি তেওঁলোকে কয়।

বিবৃতিত কুকি-জো বিধায়কসকলে এইদৰে কয়, ‘আমি পুনৰ স্পষ্ট কৰি দিব বিচাৰো যে আমি ২০২৩ৰ তিনি মে’ব পৰা আজি পর্যন্ত কেতিয়াও মুখ্যমন্ত্রী বীৰেন সিঙৰ স’তে কোনো ধৰণৰ বৈঠকত মিলিত হোৱা নাই অথবা তেওঁৰ স’তে ভৱিষ্যতেও বৈঠকত মিলিত হোৱাৰ আমাৰ কোনো উদ্দেশ্য বা ইচ্ছা নাই, কিয়নো ইম্ফল উপত্যকাত আমাৰ মানুহৰ বিৰুদ্ধে হিংসা আৰু নৃ-গোষ্ঠীয় সংহাৰৰ আঁৰৰ মাষ্টাৰ মাইণ্ডজন তেৱে আজি পর্যন্ত এই ঘটনা অব্যাহত আছে। শেহতীয়াভাৱে চলিত বৰ্ষৰ যোৱা সাত নবেম্বৰত অতি নৃশংসভাবে জচাংকিম মাৰ নামৰ মহিলা গৰাকীক হত্যা কৰি জ্বলাই দিয়া হৈছে।’

উল্লেখ্য যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নিৰীক্ষণত সম্পূর্ণ হোবা কেন্দ্রীয় চোৰাংচোৱা সংস্থাৰ আইবিৰ এক বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে যোৱা অক্টোবৰত দিল্লীলৈ গৈছিল মণিপুৰৰ একাংশ বিধায়ক। অৱশ্যে এই বৈঠকখনত শাস্তি প্ৰতিষ্ঠাৰ বাবে মণিপুৰৰ সকলো বিধায়কৰ স’তে গৃহমন্ত্রী শ্বাহ মিলিত হ’ব বুলি কোৱা হয় যদিও দিল্লীলৈ যোৱা কুকি-জো সম্প্ৰদায়ৰ বিধায়কসকলে মেইটেইসকলৰ স’তে বৈঠকত একেলগে উপস্থিত নাছিল।

পৰিৱৰ্তে তেওঁলোকে গৃহ মন্ত্রণালয়ৰ বিষয়াসকলৰ স’তে পৃথককৈ বৈঠকত মিলিত হয়। উল্লেখ্য যে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কুকি সংগঠনে এটা অডিঅ’ ক্লিপৰ আধাৰত গোষ্ঠী সংঘর্ষত মূল ভূমিকা পালনৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত ইয়াৰ তদন্তৰ বাবে আদালতৰ নিৰীক্ষণত বিশেষ তদন্তকাৰী দল (এছআইটি) গঠনৰ বাবে আবেদন দাখিল কৰিছে। এই আবেদন মর্মে এইবোৰ ‘লীক’ হোৱা অডিঅ’ টেপৰ সত্যাসত্য পৰীক্ষা কৰিবলৈ প্ৰয়োজনীয় নথিপত্ৰ আদি দাখিলৰ বাবে যোৱা শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কুকি সংগঠনলৈ দিয়া নির্দেশৰ পাছতে আজি কুকি-জো সম্প্ৰদায়ৰ বিধায়কসকলে বিবৃতি প্রকাশ কৰে। গৃহ মন্ত্রণালয়ে গঠন কৰা এক তদন্ত আয়োগত এই টেপবোৰ দাখিল কৰা হয়।

মণিপুৰ চৰকাৰে আনহাতে কয় যে হিংসাজৰ্জৰ ৰাজ্যখনত শান্তি প্রক্রিয়া ব্যাহত কৰিবলৈ উদ্দেশ্যপ্রণোদিতভাৱে বিকৃত ৰূপত অডিঅ’ টেপ প্ৰচাৰ কৰা হৈছে। সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে এনে বিকৃত ৰূপত অডিঅ’ টেপ প্ৰচাৰ কৰা হৈছে। যোৱা সাত আগষ্টত কুকি ছাত্র সংগঠন (কেএছঅ’)-এ এই অডিঅ’ ক্লিপৰ এটা অংশ ৰাজহুৱা কৰাৰ সময়তে মণিপুৰ চৰকাৰে এই অভিযোগ নস্যাৎ কৰিছে। ইয়াৰ পাছত এই সম্পর্কে প্রকাশিত বাতৰিও মণিপুৰ চৰকাৰে নস্যাৎ কৰে।

চৰকাৰে এক বিবৃতিত কয় যে এইদৰে বিকৃত অডিঅ’ ক্লিপৰ জৰিয়তে অসত্য বাতৰি আৰু অপ্ৰচাৰ বিয়পোৱাৰ ঘটনাক চৰকাৰে হিংসা আৰু সম্প্রদায়সমূহৰ মাজত অবিশ্বাস বিয়পোৱাৰ দৰে ৰাষ্ট্ৰবিৰোধী কার্যকলাপ ৰূপে গণ্য কৰে। উল্লেখ্য যে আজি পর্যন্ত মণিপুৰত হিংসাত্মক ঘটনাত গৃহহাৰা হোৱা লোকসকল ঘৰলৈ উভতিব পৰা নাই। কোনো এটা সম্প্ৰদায়ৰ মানুহেই নিজ গৃহলৈ আহি সংস্থাপিত হোৱাৰ পৰিৱেশ এতিয়াও গঢ় লোৱা নাই।

কুকি-জো বিধায়কসকল আৰু কুকি নাগৰিক সমাজৰ অভিযোগ অনুসৰি বীৰেন সিঙে পদত্যাগ নকৰা পৰ্যন্ত আলোচনা সম্ভৱ নহয়। মন কৰিবলগীয়া যে কুকি নেতাসকলে দৃঢ়স্থিতি পোষণ কৰি কয় যে পৃথক প্রশাসন প্রদান কৰি সমস্যাৰ সমাধান কৰিব লাগে। ইয়াৰ পাছতে আশ্রয় শিবিৰত থকা হেজাৰ হেজাৰ লোকক ঘৰলৈ ওভতাই অনাৰ বিষয়ে আলোচনা কৰিব পৰা যাব। ইপিনে, ইয়াৰ বিৰোধিতা কৰি মেইটেই সম্প্ৰদায়ৰ নেতাসকলে কয় যে কুকিসকলে পৃথক গৃহভূমিৰ দাবীৰ পৰিকল্পনা ৰচিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm N Biren SingManipur ViolenceMeitei-Kuki-Naga MLAs
samimsultana

samimsultana

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d