Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Bokakhat Incident:উগ্রপন্থী নোহোৱা সত্ত্বেও গুৱাহাটী-তেজপুৰ-লখিমপুৰত গ্ৰেণেড বিস্ফোৰণৰ ষড়যন্ত্ৰ ৰচনাত ৰহস্য

বোকাখাতৰ আৰক্ষী শিবিৰত সংঘটিত বিস্ফোৰণৰ জৰিয়তে তথ্য আহিল পোহৰলৈ ! গ্রেণেড-পিষ্টলসহ তিনিজনক গ্রেপ্তাৰ, তদন্ত চলি আছে: মুখ্যমন্ত্রী,আমি সকলো কথা জানো: ডিজিপিৰ দাবী

publisher by publisher
June 28, 2025
in News, Assam, Crime
Reading Time: 1 min read
0
Bokakhat Incident:উগ্রপন্থী নোহোৱা সত্ত্বেও গুৱাহাটী-তেজপুৰ-লখিমপুৰত গ্ৰেণেড বিস্ফোৰণৰ ষড়যন্ত্ৰ ৰচনাত ৰহস্য
1
SHARES
9
VIEWS
ShareShareShareShare

Bokakhat Incident:

বোকাখাতৰ পানবাৰী চিআৰপিএফ শিৱিৰত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ দৰে ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল গুৱাহাটী, তেজপুৰ আৰু লখিমপুৰ। বোকাখাতৰ পাণবাৰী আৰক্ষী শিবিৰত অলপতে সংঘটিত হোৱা বিস্ফোৰণটোত জড়িত তিনিজনক গ্ৰেপ্তাৰৰ পাছতে এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। শুকুৰবাৰে গুৱাহাটীত এক সংবাদমেলত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই কয় যে এই বিস্ফোৰণৰ লগত জড়িত চক্ৰটোৰ এজনৰ বাদে বাকীকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে। সেই কেইজনৰ হাতৰ পৰা তিনিটা গ্রেণেড আৰু এটা পিষ্টলো উদ্ধাৰ কৰা হৈছে।

ADVERTISEMENT

IMG 20250626 WA0033মুখ্যমন্ত্রীয়ে কয়, ‘বোকাখাতৰ পাছত এই চক্ৰটোৱে তেজপুৰ, লখিমপুৰ আৰু গুৱাহাটীতো বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল। গ্ৰেপ্তাৰ কৰা কেইজনৰ ভিতৰত কোনেও বৰ্তমান উগ্ৰপন্থী সংগঠনৰ লগত জড়িত নহয়। অৱশ্যে আটাইকেইজন অপৰাধমূলক কাৰ্যত পূৰ্বৰে পৰা জড়িত। তেওঁলোকক কোনে গ্ৰেণেড বিস্ফোৰণৰ বাবে উৎসাহিত কৰিছিল, সেই তথ্য স্পষ্ট হোৱা নাই।’ ইয়াৰ বাবে জেৰা অব্যাহত আছে। বাংলাদেশত ৰাজনৈতিক পট পৰিৱৰ্তনৰ ফলতো অসমত এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি মুখ্যমন্ত্ৰীয়ে বক্তব্যত উল্লেখ কৰে।

RelatedPosts

CM Reactions:জুবিন গাৰ্গ মৃত্যু ঘটনাৰ চার্জশীট দাখিলৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

CM Reaction:বিৰোধীৰ বৈঠকৰ ‘টিভি ছিৰিয়েল’ চাৰে চাৰি বছৰে দেখি আহিছোঁ:মুখ্যমন্ত্ৰী

Cm Reaction:দিল্লীৰ বিস্ফোৰণৰ পিছত অসমত ফেচবুকত সন্ত্রাসবাদীক সমর্থন জনাই আদৰণি জনোৱাসকলক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে ডিজিপিক : মুখ্যমন্ত্রী

# আমি সকলো খবৰ জানো:ডিজিপি

ইপিনে, আজি কাজিৰঙাত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমীত সিঙে কয় যে সংঘটিত ঘটনাৰ সকলো তথ্য তেওঁলোক অৱগত হৈছে। তাৰ ভিত্তিত বৰ্তমান অভিযান আৰু তদন্ত অব্যাহত আছে। সিঙে সদৰী কৰে যে যি তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁলোক হ’ল- বোকাখাতৰ ৰূপজ্যোতি দাস, তেজপুৰৰ ভবেশ কলিতা আৰু লখিমপুৰৰ সঞ্জীৱ বৰুৱা। সঞ্জীৱ বৰুৱাৰ পৰা বিস্ফোৰণৰ বাবে সাজু কৰি ৰখা এটা গ্ৰেণেড আৰু এটা পিষ্টল উদ্ধাৰ কৰা হৈছে। একেদৰে তেজপুৰৰ ভবেশ কলিতাৰ পৰা আন এটা গ্ৰেণেড উদ্ধাৰ কৰা হৈছে।

সিঙে কয়, ‘নিৰাপত্তা বাহিনী, আৰক্ষী অথবা কেন্দ্রীয় সশস্ত্র বাহিনীক আক্রমণ কৰিবলৈ এই গ্রেণেডকেইটা ৰখা হৈছিল। এই গোটেই ঘটনাত ছয়-সাতজন লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে। আমি এতিয়ালৈকে যিখিনি তথ্য পাইছো, তাৰ ভিত্তিত তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অংকুৰ দাস নামৰ এজনে পলায়ন কৰি আছে। মূল ষড়যন্ত্রকাৰীজনক আমি বিচাৰি আছো। ভবেশ কলিতা আৰু সঞ্জীৱ বৰুৱাই বিস্ফোৰণৰ পৰিকল্পনাৰ কথাবোৰ সদৰী কৰিছে।’ অৱশ্যে সিঙে ঘটনাৰ আঁৰৰ্ত কেনে ধৰণৰ ষড়যন্ত্র লুকাই আছিল, তাক সদৰী কৰাৰ পৰা বিৰত আছিল।

ইপিনে, তেজপুৰৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত মিলনপুৰ ওচৰচুবুৰিৰ ভবেশ কলিতা ওৰফে কেনাইৰ বাসগৃহৰ ঢেঁকীশালত লুকুৱাই থোৱা অৱস্থাত সক্রিয় গ্ৰেণেডটো উদ্ধাৰ কৰে। শুকুৰবাৰে বিয়লি সেনাৰ বোমা বিশেষজ্ঞই পথাৰত এই গ্রেণেডটো নিষ্ক্রিয় কৰে। ধৃত ভবেশ ওৰফে কেনাইৰ আচৰণক লৈ স্থানীয় লোক পূৰ্বৰ পৰাই বেআইনী কার্যত জড়িত বুলি সন্দিহান আছিল। অঞ্চলটোত ধিতিঙালি কৰি ফিতাহি মাৰি ঘূৰি ফুৰা লোক বুলি কেনাই ৰাইজৰ মাজত পৰিচিত।

ইপিনে, আৰক্ষী শিবিৰত গ্রেণেড বিস্ফোৰণত ব্যৱহাৰ কৰা মটৰ চাইকেলখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে যোৱা ২৫ জুনত সংঘটিত গ্রেণেড বিস্ফোৰণটোৰ লগত গঁড চিকাৰী অথবা ড্ৰাগছ সৰবৰাহত জড়িত বুলি প্ৰথমতে সন্দেহ কৰা হৈছিল। অৱশ্যে প্রকৃততে কোন জড়িত সেই তথ্য অদ্যাপি স্পষ্ট হোৱা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm ReactionDGP AssamGrende BlastMain Accused arrested
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d