Golokganj Rapist Arrested:
গোলকগঞ্জ আৰক্ষীৰ জালত এজন জহিৰুল ইছলাম নামৰ ধৰ্ষনকাৰী। এগৰাকী বিশেষ ভাবে সক্ষম যুৱতীক ধৰ্ষণ কৰি বিগত এক বছৰে আত্মগোপন কৰি আছিল গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বিন্নাচৰাত। আজি মাজনিশা অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় গোলকগঞ্জ আৰক্ষী।
ADVERTISEMENT
ইতিমধ্যেই বাইহাটা চাৰিআলি আৰক্ষীয়ে গোলকগঞ্জ থানাত উপস্থিত হৈ চমজি লয় জহিৰুল ইছলামক। বাইহাটা চাৰিআলি থানাৰ 88/2024 নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধি আইনৰ U/S- 379/376(2)(l) IPC আধাৰত চলাইছিল অভিযান।






























