Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Deportation of declared foreigners:ঘোষিত বিদেশীক বিতাড়নৰ বাবে তৎপৰতা চৰকাৰৰ : আত্মগোপন বহুসংখ্যকৰ

চৰকাৰী তথ্য অনুসৰিয়ে কমেও ৩০ হেজাৰ ঘোষিত বাংলাদেশী সন্ধানহীন ৰাজ্যত

publisher by publisher
June 2, 2025
in Assam, News
Reading Time: 2 mins read
0
India-Bangladesh border in Mankachar:মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

Deportation of declared foreigners:

কেন্দ্রীয় চৰকাৰৰ নির্দেশমর্মে অসমত থকা অবৈধ বাংলাদেশী নাগৰিকক স্বদেশলৈ উভতাই পঠিওৱাৰ তৎপৰতা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে। ইয়াকে লৈ মিশ্রিত প্রতিক্রিয়াৰ সৃষ্টি হৈছে। একাংশ দল-সংগঠনে অভিযোগ কৰিছে যে চৰকাৰে কোনো বাছ-বিচাৰ নকৰাকৈ বাংলাদেশ বুলি বহু লোকক বিতাড়ন কার্য অব্যাহত ৰাখিছে । ইয়াৰ পৰিণতিত বিতাড়িত তেনে বহু লোকক পুনৰ ভাৰতে ওভতাই নিবলৈয়ো বাধ্য হৈছে।

ADVERTISEMENT

এই ধৰণৰ প্রতিক্ৰিয়াবোৰক একাষৰীয়া কৰি থৈ চৰকাৰে আইনৰ দ্বাৰা ঘোষিত বাংলাদেশীক বিতাড়নৰ বাবে তৎপৰতা বৃদ্ধি কৰিছে। তাৰ বাবে ৰাজ্যৰ গৃহ বিভাগে সকলো জিলাৰ আৰক্ষী অধীক্ষকক জিলাবোৰত থকা বাংলাদেশীৰ তালিকা প্ৰস্তুত কৰি মানুহবোৰক নজৰবন্দী কৰি ৰখাৰ নিৰ্দেশ দিছে। এই নির্দেশ কাৰ্যকৰী কৰিবলৈ গৈ প্রত্যাহ্বানৰ সন্মুখীন হৈছে জিলা আৰক্ষী।

কিয়নো আইনৰ দ্বাৰা ঘোষিত বহু বাংলাদেশী লোকক আৰক্ষীয়ে বিচাৰি পোৱা নাই। এই সংখ্যা হ’ল কমেও ৩০ হেজাৰ। এই বৃহৎ সংখ্যক লোক সম্প্রতি ক’ত আছে, তাৰ কোনো তথ্য আৰক্ষীৰ হাতত নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত গৃহ বিভাগে জিলা আৰক্ষীক তেনে লোকৰ সন্ধান উলিয়াবলৈ চোৰাংচোৱা ব্যৱস্থাটোক ত্বৰান্বিত কৰিবলৈ পৰামৰ্শ দিছে।

মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই অলপতে সদৰী কৰে যে অসমে আইনৰ দ্বাৰা ঘোষিত সকলো বাংলাদেশীক ভাৰতৰ পৰা বিতাড়ন কৰিব। মুখ্যমন্ত্ৰীৰ এনে ঘোষণা কার্যকৰী হোৱাটোহে প্রত্যাহ্বানমূলক হৈছে। সন্ধানহীন লোকসকল ক’ত মিলি গৈছে, তাৰ তথ্য কাৰো হাতত নাই। উল্লেখ্য যে সীমান্ত আৰক্ষীয়ে বাংলাদেশীৰ সন্দেহত বিদেশী ন্যায়াধিকৰণলৈ ধাৰাবাহিকভাৱে গোচৰ প্ৰেৰণ অব্যাহত ৰাখিছে। যোৱা মাৰ্চলৈ প্ৰেৰণ কৰা এনে গোচৰৰ সংখ্যা হ’ল ৪,৩৬,০৪৬টা। তাৰে ৩,৮৪,০১৪টা গোচৰ নিষ্পত্তি কৰা হৈছে।

এই গোচৰবোৰৰ জৰিয়তে ১,৬৫,৯৯২ জন লোকক অনুপ্রৱেশকাৰী বুলি ন্যায়াধিকৰণে চিনাক্ত কৰিছে। ইয়াৰে একাংশ লোকে ন্যায়াধিকৰণৰ ৰায়ক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ইয়াৰে বৃহৎ সংখ্যক লোকে আত্মগোপন কৰিছে। বন্দী শিবিৰত নথকা ঘোষিত বাংলাদেশীসকলে স্থানীয় আৰক্ষী থানাত নিয়মীয়াকৈ নিজৰ উপস্থিতিৰ তথ্য দাখিল কৰিব লাগে। আৰক্ষীৰ তথ্য অনুসৰি, প্ৰথমতে নিয়মীয়াকৈ উপস্থিতিৰ তথ্য হিচাপে নথিত স্বাক্ষৰ কৰাৰ পাছত বিভিন্ন অজুহাতৰে একাংশ লোকে এই নির্দেশনা নিয়মীয়াকৈ পালনত উপেক্ষা কৰিবলৈ ধৰে আৰু পাছলৈ সেইসকলে গোটেই প্রক্রিয়াটোকে নস্যাৎ কৰি আত্মগোপন কৰে। এনেদৰেই এটা সময়ত মানুহবোৰ ক’ৰবাত হেৰাই যায়।

গৃহ বিভাগৰ নিৰ্দেশনা মতে, তেনে লোকসকলৰ ঠিকনালৈ মানুহ পঠিয়ায়ো অদ্যাপি শুংসূত্র উলিয়াব পৰা নাই। এই প্ৰসংগত অসম আৰক্ষীৰ শীৰ্ষ সূত্ৰই আশংকা ব্যক্ত কৰি কয় যে বিতাড়ন প্ৰক্ৰিয়াৰ নীতি চৰকাৰে সলনি কৰাৰ ফলত আত্মগোপনৰ মাত্রাও বৃদ্ধি হৈছে। আইনী প্ৰক্ৰিয়াৰ মাজেৰেহে এজন লোকক অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰি নিয়ম অনুসৰি বিতাড়নৰ পৰ্যায় আৰম্ভ কৰা হয়। এয়া এক দীঘলীয়া প্রক্রিয়া। গতিকে বৰ্তমানৰ চৰকাৰে সেই প্রক্রিয়াক একাষৰীয়া কৰি থৈ মানুহবোৰক সীমান্তলৈ নি ভাৰতৰ সীমাৰ বাহিৰ উলিয়াই দিয়া নীতি গ্রহণ কৰিছে।

এই নীতিৰে প্ৰায় নিয়মীয়াকৈ অসমত বিতাড়ন প্রক্রিয়া অব্যাহত ৰখা হৈছে। বিশেষকৈ সীমান্ত অঞ্চলত অনুপ্ৰৱেশকাৰী ধৰা পৰিলেই লগে লগে এই নীতিৰে মানুহবোৰক পুনৰ নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হয়। ইয়াৰ লগতে বিদেশী ন্যায়াধিকৰণ আৰু ন্যায়ালয়ৰ দ্বাৰা ঘোষিত অনুপ্ৰৱেশকাৰীৰ ক্ষেত্রতো একে নীতি গ্রহণ কৰা হৈছে। ইয়াৰ ফলত আত্মগোপনৰ মাত্রাও বৃদ্ধি হৈছে।

আনকি শেহতীয়াকৈ সকলো ঘোষিত বাংলাদেশীক আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়াৰ পাছতো বহুতে সেই নির্দেশনা উলংঘা কৰে। প্ৰসংগক্রমে মুখ্যমন্ত্ৰীয়ে এই বুলিও স্পষ্ট কৰি দিছে যে সন্ধানহীন হৈ থকা মানুহবোৰকো যেতিয়াই বিচাৰি পোৱা যায়, তেতিয়াই এই নীতিৰে বিতাড়ন কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam GovtCentral Home Ministrydeclared foreigners:deportation
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d