Panikhaiti Incident:
মহানগৰীৰ পাশ্বৱৰ্তী পানীখাইতিত অঘটন ৷ ৰাজাবাৰীত পুখুৰীত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন যুৱক ৷ নিখোজ যুৱকজন মহানগৰীৰ নুনমাটিৰ চেক্টৰ-৩ৰ বলৰাম কলিতা ৷
ADVERTISEMENT
প্ৰাপ্ত খবৰ অনুসৰি ১১ জনীয়া এদল বন্ধুৰ সৈতে ৰাজাবাৰীলৈ ফুৰিবলৈ গৈছিল যুৱকজন ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফৰ দল উপস্থিতি হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ।






























