Devastating fire in Garchok:মহানগৰীৰ গড়চুকত বিধ্বংসী অগ্নিকাণ্ড

এটা গুদামত সংঘটিত অগ্নিকাণ্ড বিস্ফোৰিত হয় গেছ চিলিণ্ডাৰ

fire

Devastating fire in Garchok:

মহানগৰীৰ গড়চুকত মঙলবাৰে সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ আব্দুল আজিজ নামৰ ব্যৱসায়ী জনৰ এটা গুদামত সূত্ৰপাত হয় অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত বিস্ফোৰিত হয় কে’বাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ ৷

হঠাতে সংঘটিত অগ্নিকাণ্ডৰ পিছতে হুৱাদুৱা লাগে ৷ ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ ৫খন বাহনৰ অহৰহ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপণ হয় জুই ৷ ক’ৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল জানিব পৰা হোৱা নাই ৷বিধ্বংসী অগ্নিকাণ্ডত আব্দুল আজিজৰ গুদামটো জুই জাহ যায় ৷

Exit mobile version