Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Horoscope

ৰাজ্যত বানপানী আৰু গৰাখহনীয়া ৰোধ কৰাৰ বাবে ৰূপায়ন কৰা জলসম্পদ বিভাগৰ আঁচনি সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ

publisher by publisher
July 2, 2025
in Horoscope
Reading Time: 1 min read
0
ৰাজ্যত বানপানী আৰু গৰাখহনীয়া ৰোধ কৰাৰ বাবে ৰূপায়ন কৰা জলসম্পদ বিভাগৰ আঁচনি সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ
1
SHARES
10
VIEWS
ShareShareShareShare

Assam Floods:আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত হোৱা ভাৰ্চুৱেল কনফাৰেন্সৰ জৰিয়তে জলসম্পদ বিভাগৰ এক পৰ্যালোচনা বৈঠকত অংশ গ্ৰহন কৰে। প্ৰতিখন জিলাৰ অভিযন্তাসকলে ভাৰ্চুৱেলী সংযুক্ত হোৱা বৈঠকখনত ৰাজ্যৰ বান-খহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে চলি থকা প্ৰকল্পসমূহৰ বৰ্তমানৰ স্থিতি, অগ্ৰগতি আদি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে আৰু সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়।

ADVERTISEMENT

বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাসমূহ লাঘৱ কৰাৰ লক্ষ্যৰে জলসম্পদ বিভাগে গ্ৰহণ কৰা পদক্ষেপসমূহৰ অগ্ৰগতি, আৰু কাৰ্য্যকৰী দিশসমূহৰ বুজ লয়।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’ব লগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’লে মন্ত্রী পিযুষ হাজৰিকাই

তেওঁ উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত বিভাগটোৱে উন্নত প্ৰযুক্তিৰ ‍ ব্যৱহাৰ কৰি জৰুৰীকালীন সুৰক্ষা ব্যৱস্থা ৰূপায়ণ আৰু নতুন মথাউৰি নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ৰাজ্যখনৰ কিছুমান অঞ্চল খহনীয়া তথা বানৰ বাবে দুৰ্বল হৈয়ে আছে নেকি সেই বিষয়ে মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰে। বিভিন্ন জিলালৈ প্ৰেৰণ কৰা সামগ্ৰীৰ পৰ্যাপ্ততাৰ মূল্যায়ন কৰি অতিৰিক্ত সামগ্ৰীৰ প্ৰয়োজনীয়তা সম্পৰ্কে তেওঁ বুজ লয়।

মন্ত্ৰী হাজৰীকাই সংশ্লিষ্ট বিষয়াসকলক দুৰ্বল হিচাপে চিনাক্ত কৰা ৩৩১টা স্থানত সুৰক্ষাৰ কামসমূহ সময়মতে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

তেওঁ কয় যে এই আঁচনিসমূহ কাৰ্যকৰী কৰোতে মানদণ্ড ৰক্ষা কৰিব লাগিব আৰু সামগ্ৰী মজুতকৰণ আৰু ব‍্যৱহাৰৰ ক্ষেত্ৰত ৰাজহুৱা ধনৰ অপব্যৱহাৰ প্ৰতিৰোধৰ প্ৰতি গুৰুত্ব দিব লাগিব।

আজিৰ বৈঠকত জলসম্পদ বিভাগৰ বিশেষ মুখ্য সচিব চৈয়দিন আব্বাছি, মুখ্য অভিযন্তা ভাস্কৰ শৰ্মাকে ধৰি বিভাগটোৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Artificial FloodsAssamPijush Hazarika
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

March 8, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 7, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 6, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 5, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

March 3, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d