Horoscope:✒️মেষ: এই ৰাশিৰ জাতক-জাতিকাই হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব। শিক্ষাৰ্থীসকলৰ বাবে ভাল। ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।
বৃষ: বন্ধুবৰ্গৰ পৰা সাৱধানে থাকিব। চাকৰিৰ ক্ষেত্ৰত বৰ ভাল নহয়। ঘৰত কোনোবা মহান ব্যক্তিৰ আগমন। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।
মিথুন: কর্মক্ষেত্রত শত্রু প্রতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব বিদ্যার্থীসকলৰ শুভষ যানবাহনৰ পৰা সাৱধান। ব্যৱসায়ৰ ক্ষেত্ৰত অতি অশুভ। শুভৰং মেৰুণ। শুভ সংখ্যা ৩।
কর্কট: সংসাৰৰ ফালে মানসিক শআন্তি বিঘ্নিত হ’ব পাৰে। গণে মন্দিৰত পাঁটি লাডু দান কৰিব। শিক্ষার্থীয়ে ভবা মতে ফল নাপাব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।
সিংহ: ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যোগ। আর্থিক মধ্যম। বিদ্যার্থীৰ শুভ। ব্যৱসায়ীসকলে নতুন কামত সাত নিদিয়াই ভাল। শুভ ৰং ক’লা। শুভ সংখ্যা ৪।
কন্যা: কোনো বন্ধুৰ কাৰণে আর্থিকভাবে ক্ষতিগ্রস্ত হ’ব পাৰে। কর্মক্ষেত্রত সাফল্য আহিলেও আশানুৰূপ অর্থ আহিব। শুভ ৰং গোলপীয়া। শুভ সংখ্যা ৮।
তুলা: বিভিন্নভালে মনৰ আশা পূৰ্ণও হোৱাৰ যোগ দেখা যায়। ভিক্ষাৰীক দান কৰিব. দূৰ ভ্ৰমণ। শুভ ৰং নীলা। শুভ সংখ্যা ২।
বৃশ্চিক: যানবাহনৰ পৰা সতৰ্ক থাকিব। বিবাহৰ যোগ। প্ৰেমত অশুভ। বিদ্যার্থীয়ে ভবা মতে ফল নাপাব। ভ্ৰমণৰ যোগ আছে। শুভ ৰং কমলা। শুভ সংখ্যা ৬।
ধনু: গা ধুৱাৰ পাছত বেল গছৰ গুৰিত পানী ঢালিব। যাত্রা নকৰিব। চাকৰি ক্ষেত্ৰত আগবাঢ়িব পাৰে। সংসাৰৰ প্ৰতি নজৰ ৰাখিব। সৰুসুৰা শাৰীৰিক সমস্যা হ’ব পাৰে। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৭।
মকৰ: ভাল-বেয়াৰ মাজেৰে দিনটো পাব হ’ব। ক’লা কাপোৰ দান আৰু নিৰামিষ আহাৰ কৰিব। বিদ্যার্থীয়ে পঢ়াত মনোযোগ দিলে আশা কৰা মতে ফল পাব। শুভ ৰং চিলভাৰ। শুভ ৰং ৯।
কুম্ভ: প্রেমত শুভ। চাৰৰিৰ ক্ষেত্ৰত বাধা। যানবাহনৰ পৰা সাৱধান তাকিব। ঘৰত কোনো ব্যক্তি শাৰীৰিক সমস্যাত ভুগিব। শুভ ৰং বগা। শুভ সাংখ্যা ৮।
মীন: এই ৰাশিৰ জাতক-জাতিকাই ৰঙা বস্ত্ৰ পৰিধান কৰিব আৰু নিৰামিষ আহাৰ কৰিব। এজন ব্রাহ্মণক এখন গীতা আৰু দক্ষিণা দান কৰিব। শুভ ৰং কমলা। শুভ সংখ্যা ১০।































