Deadbody Recovered:
নগাঁও চহৰৰ পাশ্বৱৰ্তী মাজৰআটিত চাঞ্চল্য ৷ ৰাজ্যিক পথৰ কাষৰ এটা পুখুৰীত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ৷ মৃতদেহটো এজন পুৰুষৰ। বর্তমানেও চিনাক্ত হোৱা নাই মৃতদেহটো ৷ ঘটনাস্থলীত হয়বৰগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি নগাঁও চিভিল হাস্পতালৰ মৰ্গলৈ প্ৰেৰণ কৰে।
