Panchayat membership dismissed:
সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত দুয়ো জয়ী হৈছিল পঞ্চায়তৰ ৱাৰ্ড সদস্যা হিচাপে । কিন্ত তেওঁলোকৰ
আনন্দ নহ’ল স্থায়ী। বাল্য বিবাহত জড়িত অভিযোগত পঞ্চায়ত সদস্যাৰ পদ খাৰিজ কৰে বিভাগীয় কৰ্তৃপক্ষই ।
ADVERTISEMENT
ৱাৰ্ড সদস্যা পদ খাৰিজ হোৱা মহিলা দুগৰাকীৰ নাম এলিজা বেগম আৰু খাৰিজ গুল মেহেৰা খাতুন । দুয়ো মৰিগাঁও জিলাৰ লাহৰিঘাটৰ ধুমকুৰা গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যা ৷






























