Ulfa {i} Linkmen arrested:চৰাইদেউত আৰক্ষীৰ জালত দুই আলফা (স্বা)ৰ লিংকমেন

ulfa

 Ulfa {i} Linkmen arrested:

আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কুটাঘাটমূলক ঘটনা সংঘটিতৰ সন্দেহত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ চৰাইদেউ আৰক্ষীয়েও অভিযান অব্যাহত ৰখাৰ মাজতে আজি মথুৰাপুৰৰ উদয়পুৰ আৰু মোহগাঁৱৰ পৰা আটক কৰে আলফা (স্বা)ৰ লিংকমেন ধুনু মুড়া আৰু অজু পানিকা ৷ ইতিমধ্যে আটকাধীন যুৱক দুজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাইছে ৷

Exit mobile version