বিশিষ্ট লিখক, ইতিহাসবিদ, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

IMG 20250706 105437 1

udaditya bharali:✒️ প্ৰয়াত বিশিষ্ট লিখক, ইতিহাসবিদ, অধ্যাপক উদয়াদিত্য ভৰালী।নিশা দুই বাজি ৩৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট ইতিহাসবিদগৰাকীয়ে।

দীৰ্ঘদিন ধৰি শাৰিৰিক অসুস্থতাত ভুগি আছিল উদয়াদিত্য ভৰালী

মৃত্যু সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ ।

কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্য আছিল উদয়াদিত্য ভৰালী

দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকাৰ সময়তো বিচনাৰ পৰাই ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ মাত মাতি আহিছিল চিন্তাবিদগৰাকীয়ে

উদয়াদিত্য ভৰালীৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী

Exit mobile version