গুজৰাটত দলং দুৰ্ঘটনা!

শোক প্ৰকাশ মোডীৰ , ন জনৰ মৃত্যুৰ আঁৰত গাফিলতি ?

Modi Ghana1

Gujarat: দলং ভাঙি নদীত গাড়ী বাগৰি পৰি গুজৰাটত এতিয়ালৈকে ন জন লোকৰ মৃত্যু হৈছে। বুধবাৰে এই শোকাৱহ দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালক দুই লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।

Exit mobile version