images 22

✒️গুৱাহাটীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

 

✒️চাৰিদিনীয়া কাৰ্যসূচীৰে মেঘালয়লৈ আহিছে মন্ত্ৰী সীতাৰমণ

 

✒️বিত্তমন্ত্ৰীগৰাকীক আদৰণি জনাবলৈ গুৱাহাটী বিমাবন্দৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

 

✒️গুৱাহাটীৰ পৰা শ্বিলঙলৈ যাব মন্ত্ৰীগৰাকী

Exit mobile version