ULFA(I) Press Release:
ম্যানমাৰৰ আলফা(স্বা)ৰ শিবিৰত পুনৰ আক্ৰমণ সেনাৰ ৷ ড্ৰোণ আক্ৰমণৰ পাছত মিছাইলেৰে আলফা(স্বা)ৰ শিবিৰত পুনৰ আক্ৰমণ সেনাৰ ৷
ADVERTISEMENT
প্ৰথমটো আক্ৰমণত মৃত্যু হোৱা নয়ন অসমৰ অন্তুষ্টিক্ৰিয়া চলি থকাৰ মাজতেই মিছাইল আক্ৰমণৰ দাবী আলফা(স্বা)ৰ ৷ দ্বিতীয়টো আক্ৰমণত পুনৰ মৃত্যু আলফা(স্বা)ৰ দুই শীৰ্ষ নেতা ৷ ব্ৰিগেদিয়াৰ গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ অসমৰ মৃত্যু ৷
দ্বিতীয়টো আক্ৰমণত বায়ু সেনাই বিমানেৰেও আক্ৰমণ অব্যাহত ৰাখিছে বুলি দাবী কৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে ৷ ই-মেইল যোগে আলফা(স্বা)য়ে সদৰী কৰিছে এই তথ্য ৷






























