Nagaon Dist Jail:
নগাঁও জিলা কাৰাগাৰত মঙলবাৰে সংঘটিত হয় এক অঘটন ৷ ৰহস্যজনকভাৱে মৃত্যু হয় এজন কয়দীৰ ৷ মৃত কয়দীজনৰ নাম সঞ্জু বিশ্বাস ৷ ঘৰ কলিয়াবৰ মিছামুখত ৷ কাৰাবন্দী কয়দীজন পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছিল ৷
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.