Heroin Seized:
কাছাৰ আৰক্ষীৰ তালাচীত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ হেৰ’ইন ৷ শিলচৰ-আইজল সংযোগী ভাগা সপ্তগ্রামত ধলাই থানাৰ আৰক্ষীয়ে এখন চাৰিচকীয়া বাহনত অৰ্তকিতে তালাচী চলাই প্ৰায় ১ কেজি ২০০ গ্রাম হেৰ’ইন জব্দ কৰে ৷
ADVERTISEMENT
একেদৰে হেৰ’ইন সহ আটক কৰা হয় মণিপুৰৰ এহাল দম্পতীক ৷ জব্দকৃত হেৰ’ইন খিনি বহু সংখ্যক চাবোনৰ বাকছত লৈ আহিছিল | ধৃত ড্ৰাগছ সৰবৰাহকাৰী দম্পতীক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাইছে ৷






























