Drugs Seize in Pengeri:
ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ লৈ থকাৰ মাজতে তিনিচুকীয়াৰ পেঙেৰীৰ ৰহবাৰীত ড্ৰাগছসহ বুজন পৰিমাণৰ চিৰিঞ্জ জব্দ কৰে পেঙেৰি আৰক্ষীয়ে ৷ আটক কৰিবলৈ সক্ষম হয় এজন সৰবৰাহকাৰীক ৷ আটকাধীন ড্ৰাগছ পেডলাৰটোৰ নাম মিন্টু দাঙ ৷
ADVERTISEMENT



































