KICKBOXING CHAMPIONSHIP-2025:
২০১৮ চনতেই আন্ত:ৰাষ্ট্ৰীয় কিক বক্সিঙ প্ৰতিযোগিতাত পদক লাভ কৰি গৌৰৱ কঢ়িয়াই অনা সোণেশ্বৰ বড়াই ব্ৰঞ্জৰ পদক লাভ কৰিছে | অসম আৰক্ষীত কৰ্মৰত সোণেশ্বৰ বড়াই সংগীত জগতৰ লগতে খেলৰ জড়িয়তে আগুৱাই নিব খোজিছে নিজকে।
দেশত হোৱা কৰুণা মহামাৰী আৰু কিছু ব্যক্তিগত কাৰণত খেল জগতৰ পৰা আতৰি থকা সোনেশ্বৰ বড়াই যোৱা ১৬ জুলাই পৰা ২০ জুলাই লৈকে চত্তিশগড় ৰায়পুৰত হৈ চলি ৰাষ্ট্ৰীয় SENIORS & MASTERS KICKBOXING CHAMPIONSHIP-2025 ৯৪ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷
