Cyber Criminal Arrested:
বহি:ৰাজ্যৰ চাইবাৰ অপৰাধীৰ ভূস্বৰ্গ হৈ পৰিছে গুৱাহাটী মহানগৰ ৷ ইতিমধ্যে বহুজন লোক জালত পৰিছে এইচাম ধুৰন্ধৰ চাইবাৰৰ অপৰাধীৰ ৷ সময়ে সময়ে উদ্থাপিত অভিযোগৰ মাজতে দিছপুৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত আটক কৰে তিনি চাইবাৰৰ অপৰাধী ৷ ধৃত অপৰাধী কেইটাৰ ঘৰ কেৰেলা ৷ ধৃত অপৰাধী কেইটা হ’ল গৌতম অমন @অন্দেশ সিন্ধে ,শিবু লীনা আৰু মহম্মদ চেমীৰ । তিনিও অপৰাধীৰ পৰা আৰক্ষীয়ে জব্দ কৰে চাৰিটাকৈ ম’বাইল ফোন । অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা চলাইছে চাইবাৰৰ অপৰাধী কেইজনক ৷
ADVERTISEMENT






























