Criminal Arrested: আৰক্ষীৰ জালত পিষ্টল সহ দুই কুখ্যাত অপৰাধী

tezpur 1

Criminal Arrested:

বিভিন্ন অপৰাধমূলক কাৰ্যৰে সন্ত্ৰাস সৃষ্টি কৰি অহা দুই দুৰ্ধৰ্ষ অপৰাধী অৱশেষত পৰিল শোনিতপুৰ আৰক্ষী জালত। বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে পৰুৱাত অৰ্তকিতে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় আনাৰুল ইছলাম আৰু ছফিকুল ইছলামক ৷

ধৃত অপৰাধী দুটাৰ পৰা পিষ্টল সহ দুখন বাইক আৰু মুখা৷ ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাইছে ৷

Exit mobile version