Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

আপোনাৰ শিশুটিৰ শৰীৰত এ ভিটামিনৰ অভাৱ নেকি ? 

publisher by publisher
July 27, 2025
in Lifestyle
Reading Time: 1 min read
0
আপোনাৰ শিশুটিৰ শৰীৰত এ ভিটামিনৰ অভাৱ নেকি ? 
1
SHARES
5
VIEWS
ShareShareShareShare

Vitamin A:✒️শিশুৱে কেতিয়াও নিজৰ সমস্যাৰ কথা বুজাই ক’ব নোৱাৰে। অলপ ডাঙৰ ল’ৰা-ছোৱালীৰ পৰা কিছু জানিব পৰা গ’লেও একেবাৰে কম বয়সীয়াবোৰে একোৱেই ক’ব নোৱাৰে। সেয়ে শিশুটি অস্বস্তিত থকা দেখিলেই লক্ষণবোৰ চাই প্ৰতিকাৰৰ ব্যৱস্থা কৰিব লাগে।

ADVERTISEMENT

শিশুৰ বিভিন্ন সমস্যাৰ ভিতৰত অন্যতম হ’ল ‘এ’ ভিটামিনৰ অভাৱ। ইয়াৰ ফলত নিম্নলিখিত সমস্যাবোৰে দেখা দিব পাৰে।

RelatedPosts

মুম্বাইত ৩৬ দিনত ৮২ শিশু ১৩৪ নাবালিকা সন্ধানহীন

দেশত ২০ বছৰত শিশুৰ বিৰুদ্ধে ১০ গুণ বৃদ্ধি অপৰাধ

এইবাৰ ফ্ৰান্সত ১৫ অনূর্ধ্ব বয়সৰ বাবে সামাজিক মাধ্যম নিষিদ্ধকৰণৰ দাবী

ক) চকুঃ কুকুৰীকণা ৰোগ হয়। যেতিয়াই দেখিব যে শিশুটিয়ে নিশাৰ ভাগত ভালদৰে দেখা পোৱা নাই, ওচৰৰে কিবা বস্তু হাতেৰে খেপিয়াই বিচাৰি থাকে, তেতিয়াই বুজিব যে শিশুটিৰ শৰীৰত ‘এ’ ভিটামিনৰ অভাৱ ঘটিবলৈ আৰম্ভ কৰিছে। চকুৰ ভিতৰৰ অংশ শুকান হৈ পৰে। আনকি কান্দিলেও কেতিয়াবা চকুপানী নোলায়।

চকুৰ পৰ্দা ঘোলা পৰে আৰু ক’লা মণিৰ ওপৰত বগা বগা দাগ পৰিলক্ষিত হয়। ‘এ’ ভিটামিনৰ অভাৱ প্ৰকট হৈ পৰি শিশুৰ চকুৰ মণি লাহে লাহে সম্পূৰ্ণৰূপে বগা হৈ পৰে আৰু শিশুটি অন্ধ হৈ পৰে। ইয়াক জেৰপথেলমিয়া বুলি কোৱা হয়।

খ) ছাল শুকান আৰু খচখচীয়া হৈ কেতিয়াবা ভেকুলীৰ ছালৰ দৰে হৈ পৰিব পাৰে।

গ) ঘনাই সংক্রমণত আক্রান্ত হোৱাৰ আশংকা থাকে। বিশেষকৈ শ্বাসনলী আৰু মূত্ৰনলীৰ সংক্ৰমণ।

ঘ) শিশুটি স্বাভাবিকভাবে ডাঙৰ হ’ব নোৱাৰে। আনকি শিশুৰ মৃত্যুৰ আশংকাও থাকে।

‘এ’ ভিটামিনৰ অভাৱত অন্ধ হৈ পৰা প্ৰতি দুটি শিশুৰ ভিতৰত এটিৰ মৃত্যু ঘটে। পৰিসংখ্যাতে এই তথ্য প্রকাশ পাইছে।

চিকিৎসা

কুকুৰীকণা বা জেৰপথেলমিয়া ৰোগত আক্রান্ত শিশুটিৰ বয়স যদি এবছৰৰ বেছি হয়, তেন্তে প্রতিটো দুই লাখ ইউনিটৰ তিনিটা ভিটামিন ‘এ’ কেপচুল খুৱাব লাগিব। প্রথম ড’জ-প্রথম দিনা, দ্বিতীয় ড’জ-দ্বিতীয় দিনা আৰু তৃতীয় ড’জ-দুসপ্তাহৰ পাছত।

এবছৰৰ কম বয়সীয়া শিশুরেও একে নিয়মত তিনি দিন ঔষধ খাব, কিন্তু প্রতিটো ড’জ হ’ব অর্ধেক মাত্রা (এক লাখ ইউনিট অর্থাৎ প্রতিবাৰত চাৰি টোপালকৈ) ৰ। এটা কেপচুলত মুঠ আঠ টোপাল ঔষধ থাকে। মিজেছ বা হেমৰোগত আক্রান্ত শিশুকো একে নিয়মৰে ভিটামিন ‘এ’ কেপচুল খুৱাব লাগিব।

প্ৰতিৰোধ

নিম্নলিখিত ৰোগসমূহত এক ড’জ (এবছৰৰ বেছি বয়সীয়া শিশুৰ বাবে দুই লাখ ইউনিট, এবছৰৰ তলৰ শিশুৰ বাবে এক লাখ ইউনিট অর্থাৎ চাৰি টোপাল) ‘এ’ ভিটামিন খুৱাব।

⇨ প্রত্যেকবাৰ ডায়েৰিয়াত আক্রান্ত হোৱাৰ পাছত ভিটামিন ‘এ’ কেপচুল খুৱাব।

⇨ আমিষশক্তি ঘাটতিজনিত অপুষ্টিত আক্রান্ত প্রত্যেক শিশুকো খুৱাব পাৰি।

⇨আজিকালি ইউনিছেফৰ সাহায্যত গাঁও অঞ্চলৰ সকলো শিশুকে ছমাহ বয়সৰ পাছত প্রতি ছমাহৰ ব্যৱধানত ছবছৰ বয়স পর্যন্ত এটাকৈ ‘এ’ ভিটামিনৰ কেপচুল খাবলৈ দিয়া হয়।

⇨ভিটামিন ‘এ’ সমৃদ্ধ খাদ্য শিশুক খাবলৈ দিব লাগে। মাতৃদুগ্ধৰ উপৰি সেউজীয়া আৰু ৰঙীন শাক-পাচলি, ৰঙীন ফল, ৰঙাশাক, কচুশাক, গাজৰ, অমিতা, মিঠা কোমোৰা, আম, কণীৰ কুহুম আদি খাদ্যত বহু পৰিমাণে ‘এ’ ভিটামিন পোৱা যায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ChildVitamin A
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d