Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ

    ৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

    এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

    বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

    মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই

    অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

আপোনাৰ শিশুটিৰ শৰীৰত এ ভিটামিনৰ অভাৱ নেকি ? 

publisher by publisher
July 27, 2025
in Lifestyle
Reading Time: 1 min read
0
আপোনাৰ শিশুটিৰ শৰীৰত এ ভিটামিনৰ অভাৱ নেকি ? 
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

মুম্বাইত ৩৬ দিনত ৮২ শিশু ১৩৪ নাবালিকা সন্ধানহীন

দেশত ২০ বছৰত শিশুৰ বিৰুদ্ধে ১০ গুণ বৃদ্ধি অপৰাধ

এইবাৰ ফ্ৰান্সত ১৫ অনূর্ধ্ব বয়সৰ বাবে সামাজিক মাধ্যম নিষিদ্ধকৰণৰ দাবী

Vitamin A:✒️শিশুৱে কেতিয়াও নিজৰ সমস্যাৰ কথা বুজাই ক’ব নোৱাৰে। অলপ ডাঙৰ ল’ৰা-ছোৱালীৰ পৰা কিছু জানিব পৰা গ’লেও একেবাৰে কম বয়সীয়াবোৰে একোৱেই ক’ব নোৱাৰে। সেয়ে শিশুটি অস্বস্তিত থকা দেখিলেই লক্ষণবোৰ চাই প্ৰতিকাৰৰ ব্যৱস্থা কৰিব লাগে।

ADVERTISEMENT

শিশুৰ বিভিন্ন সমস্যাৰ ভিতৰত অন্যতম হ’ল ‘এ’ ভিটামিনৰ অভাৱ। ইয়াৰ ফলত নিম্নলিখিত সমস্যাবোৰে দেখা দিব পাৰে।

ক) চকুঃ কুকুৰীকণা ৰোগ হয়। যেতিয়াই দেখিব যে শিশুটিয়ে নিশাৰ ভাগত ভালদৰে দেখা পোৱা নাই, ওচৰৰে কিবা বস্তু হাতেৰে খেপিয়াই বিচাৰি থাকে, তেতিয়াই বুজিব যে শিশুটিৰ শৰীৰত ‘এ’ ভিটামিনৰ অভাৱ ঘটিবলৈ আৰম্ভ কৰিছে। চকুৰ ভিতৰৰ অংশ শুকান হৈ পৰে। আনকি কান্দিলেও কেতিয়াবা চকুপানী নোলায়।

চকুৰ পৰ্দা ঘোলা পৰে আৰু ক’লা মণিৰ ওপৰত বগা বগা দাগ পৰিলক্ষিত হয়। ‘এ’ ভিটামিনৰ অভাৱ প্ৰকট হৈ পৰি শিশুৰ চকুৰ মণি লাহে লাহে সম্পূৰ্ণৰূপে বগা হৈ পৰে আৰু শিশুটি অন্ধ হৈ পৰে। ইয়াক জেৰপথেলমিয়া বুলি কোৱা হয়।

খ) ছাল শুকান আৰু খচখচীয়া হৈ কেতিয়াবা ভেকুলীৰ ছালৰ দৰে হৈ পৰিব পাৰে।

গ) ঘনাই সংক্রমণত আক্রান্ত হোৱাৰ আশংকা থাকে। বিশেষকৈ শ্বাসনলী আৰু মূত্ৰনলীৰ সংক্ৰমণ।

ঘ) শিশুটি স্বাভাবিকভাবে ডাঙৰ হ’ব নোৱাৰে। আনকি শিশুৰ মৃত্যুৰ আশংকাও থাকে।

‘এ’ ভিটামিনৰ অভাৱত অন্ধ হৈ পৰা প্ৰতি দুটি শিশুৰ ভিতৰত এটিৰ মৃত্যু ঘটে। পৰিসংখ্যাতে এই তথ্য প্রকাশ পাইছে।

চিকিৎসা

কুকুৰীকণা বা জেৰপথেলমিয়া ৰোগত আক্রান্ত শিশুটিৰ বয়স যদি এবছৰৰ বেছি হয়, তেন্তে প্রতিটো দুই লাখ ইউনিটৰ তিনিটা ভিটামিন ‘এ’ কেপচুল খুৱাব লাগিব। প্রথম ড’জ-প্রথম দিনা, দ্বিতীয় ড’জ-দ্বিতীয় দিনা আৰু তৃতীয় ড’জ-দুসপ্তাহৰ পাছত।

এবছৰৰ কম বয়সীয়া শিশুরেও একে নিয়মত তিনি দিন ঔষধ খাব, কিন্তু প্রতিটো ড’জ হ’ব অর্ধেক মাত্রা (এক লাখ ইউনিট অর্থাৎ প্রতিবাৰত চাৰি টোপালকৈ) ৰ। এটা কেপচুলত মুঠ আঠ টোপাল ঔষধ থাকে। মিজেছ বা হেমৰোগত আক্রান্ত শিশুকো একে নিয়মৰে ভিটামিন ‘এ’ কেপচুল খুৱাব লাগিব।

প্ৰতিৰোধ

নিম্নলিখিত ৰোগসমূহত এক ড’জ (এবছৰৰ বেছি বয়সীয়া শিশুৰ বাবে দুই লাখ ইউনিট, এবছৰৰ তলৰ শিশুৰ বাবে এক লাখ ইউনিট অর্থাৎ চাৰি টোপাল) ‘এ’ ভিটামিন খুৱাব।

⇨ প্রত্যেকবাৰ ডায়েৰিয়াত আক্রান্ত হোৱাৰ পাছত ভিটামিন ‘এ’ কেপচুল খুৱাব।

⇨ আমিষশক্তি ঘাটতিজনিত অপুষ্টিত আক্রান্ত প্রত্যেক শিশুকো খুৱাব পাৰি।

⇨আজিকালি ইউনিছেফৰ সাহায্যত গাঁও অঞ্চলৰ সকলো শিশুকে ছমাহ বয়সৰ পাছত প্রতি ছমাহৰ ব্যৱধানত ছবছৰ বয়স পর্যন্ত এটাকৈ ‘এ’ ভিটামিনৰ কেপচুল খাবলৈ দিয়া হয়।

⇨ভিটামিন ‘এ’ সমৃদ্ধ খাদ্য শিশুক খাবলৈ দিব লাগে। মাতৃদুগ্ধৰ উপৰি সেউজীয়া আৰু ৰঙীন শাক-পাচলি, ৰঙীন ফল, ৰঙাশাক, কচুশাক, গাজৰ, অমিতা, মিঠা কোমোৰা, আম, কণীৰ কুহুম আদি খাদ্যত বহু পৰিমাণে ‘এ’ ভিটামিন পোৱা যায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChildVitamin A
publisher

publisher

Related Posts

পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!
Lifestyle

পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

October 17, 2026
কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d