Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কৰ্কট আশংকা : গেষ্ট্ৰিকৰ তিনিবিধ ঔষধক লৈ তদন্তৰ নিৰ্দেশ কেন্দ্ৰৰ 

publisher by publisher
July 28, 2025
in India, News
Reading Time: 1 min read
0
কৰ্কট আশংকা : গেষ্ট্ৰিকৰ তিনিবিধ ঔষধক লৈ তদন্তৰ নিৰ্দেশ কেন্দ্ৰৰ 
1
SHARES
8
VIEWS
ShareShareShareShare

Cancer:✒️গেষ্ট্ৰিক ৰোগীক সচৰাচৰ চিকিৎসকে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া তিনিবিধ ঔষধে কৰ্কটৰ সৃষ্টি কৰাৰ আশংকা প্রবল হৈছে। এই ঔষধ তিনিবিধ হ’ল ৰেনটাক, জিনটাক আৰু এচিলক।

ADVERTISEMENT

গেষ্ট্রিকজনিত সমস্যা নিৰাময়ত ব্যৱহৃত এই তিনিবিধ ঔষধ হিষ্টামিন-২ ব্লক নামৰ ঔষধ গ্ৰুপৰ অন্তর্ভুক্ত। আমেৰিকা যুক্তৰাষ্ট্ৰত ৰেণ্টিডিন নামে উপলব্ধ হোৱা এই ঔষধ ভাৰতত ৰেনটাক, জিনটাক আৰু এচিলক নামেৰে বজাৰত পোৱা যায়।

RelatedPosts

নহৰুৱে প্ৰতিৰোধ কৰে কৰ্কট ৰোগ

মানৱ শৰীৰত নতুন অংগৰ আৱিষ্কাৰ

হাঁওফাঁওৰ কৰ্কট বৃদ্ধিৰ কাৰণ

এইসমূহ ঔষধৰ অধিক ব্যৱহাৰে কৰ্কটৰ সৃষ্টি কৰে বুলি বিগত কিছু বছৰ ধৰি চর্চা চলি আহিছে। এই ঔষধসমূহত থকা এন-নাইট্র’ছ’ডিমিথাইলামাইন (এনএনডিএমএ) নামৰ উপাদানে পাকস্থলী, খাদ্যনলী আৰু মূত্রাশয়ত কৰ্কটৰ সৃষ্টি কৰে বুলি ২০১৯ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ নিয়ন্ত্রক সংস্থাই অভিযোগ পায়।

ইয়াৰ এবছৰৰ পাছত ২০২০ত দেশখনত এই ঔষধ নিষিদ্ধ হয়। ভাৰততো গেষ্ট্ৰিকৰ এই তিনিবিধ ঔষধক লৈ পৰীক্ষা-নিৰীক্ষা আৰম্ভ হয়। যোৱা বছৰৰ ডিচেম্বৰত গঠিত এখন বিশেষজ্ঞ সমিতিয়ে দাখিল কৰা প্রতিবেদন পর্যালোচনা কৰিছে কেন্দ্রীয় ঔষধ মান নিয়ন্ত্রক সংস্থা (চিডিএছচিঅ’)ই।

সংস্থাটোৰ এই পৰ্যালোচনাৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো ৰাজ্যলৈ এই ঔষধ তিনিবিধ সম্পর্কত তদন্ত চলাবলৈ নিৰ্দেশ জাৰি কৰিছে। সূত্রই জনোৱা মতে, এই নির্দেশত কোৱা হৈছে যে গেষ্ট্ৰিকৰ এই তিনিবিধ ঔষধত থকা এন-নাইট্ৰ’ছ’ডিমিথাইলামাইন মাত্ৰা পৰীক্ষা কৰিব লাগিব।

তদুপৰি দোকান বা ফার্মাচীত যাতে অধিক দিন পৰি নাথাকে তাৰো বুজ ল’ব তদন্তকাৰীয়ে। সূত্রই জনোৱা মতে, এই তিনিবিধ ঔষধ গেষ্ট্ৰ’ছ’ফাজিয়াল বিফ্লাক্স ডিজিজ আৰু গেষ্ট্ৰিক আলচাৰ ৰোগীকো গ্রহণ কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CancerCauseGastric medicine
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d