Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

মানৱ শৰীৰত নতুন অংগৰ আৱিষ্কাৰ

কৰ্কটৰ চিকিৎসাত ন-দিগন্তৰ সন্ধান পালে বিজ্ঞানীয়ে

publisher by publisher
October 2, 2025
in world, News
Reading Time: 1 min read
0
মানৱ শৰীৰত নতুন অংগৰ আৱিষ্কাৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

নহৰুৱে প্ৰতিৰোধ কৰে কৰ্কট ৰোগ

মহাসাগৰৰ গভীৰত লুকাই আছে খোৱাপানীৰ বিপুল ভাণ্ডাৰ

বিশ্বৰ ৪৭ শতাংশই ভাল পায় ভাৰতক

মানৱ শৰীৰত নতুন অংগৰ সন্ধান পালে একাংশ বিজ্ঞানীয়ে। প্ৰ’ষ্টেট কৰ্কটৰ বিষয়ত গৱেষণা কৰাৰ সময়তে হঠাতে সেই অংগৰ সন্ধান পায় নেদাৰলেণ্ডৰ এদল বিজ্ঞানীয়ে। নেদাৰলেণ্ডৰ কেন্সাৰ ইনষ্টিটিউটৰ বিজ্ঞানীসকলে মানুহৰ ডিঙিত লুকাই থকা এটা লেলারটি গ্রন্থি আৱিষ্কাৰ কৰিছে।

ADVERTISEMENT

এই নতুন গ্রন্থিসমূহক টিউবাৰিয়াল ছেলিভাৰি গ্রন্থি বুলি কোৱা হৈছে। গরেষণাত দেখা গৈছে যে এই গ্রন্থিসমূহ নাছোফেৰিঞ্জত অৱস্থিত, যি নাকৰ পাছফালৰ অংশ আৰু ডিঙিৰ ওপৰৰ অংশক ঘেৰি থাকে। এই স্থানক মানুহৰ শৰীৰত দীর্ঘদিন ধৰি পর্যবেক্ষণ কৰি থকা হ’লেও এই লেলাবটি গ্রন্থিবোৰ কেতিয়াও চিনাক্ত হোৱা নাছিল।

প্রায় এশ ৰোগীৰ শৰীৰত পৰীক্ষা চলাই এই লেলাৱটি গ্ৰন্থৰ উপস্থিতি সম্পর্কে বিজ্ঞানীসকল নিশ্চিত হৈছে। এই আৱিষ্কাৰ কৰ্কটৰ চিকিৎসাত গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে বুলিও ধাৰণা কৰা হৈছে। বিজ্ঞানীৰ দলটোৰ মতে,কেৱল শৰীৰ বৃত্তীয় জ্ঞানৰ কাৰণে নহয়; বৰঞ্চ চিকিৎসাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰিব এই আৱিষ্কাৰে।

বিশেষকৈ কৰ্কটৰ ৰেডিয়েচন থেৰাপীৰ সময়ত এই গ্রন্থিবোৰ সুৰক্ষিত কৰি ৰাখিব পাৰিলে ৰোগীৰ মুখ, ডিঙিব শুষ্কতা আৰু অন্যান্য পার্শ্বপ্রতিক্রিয়া হাস কৰাটো সম্ভৱ হ’ব পাৰে।

গৱেষণাৰ প্ৰধান বিজ্ঞানীসকলে আশা প্রকাশ কৰে যে ভবিষ্যতে এই আৱিষ্কাৰে মূৰ আৰু ডিঙিৰ কৰ্কটৰ চিকিৎসাৰ পৰিকল্পনাত নতুন দিশ খুলি দিব পাৰে আৰু ৰোগীৰ জীৱনযাত্ৰাৰ মা উন্নত কৰাত সহায়ক হ’ব। আচলতে কৰ্কটৰ চিকিৎসা কৰাৰ সময়ত ৰেডিঅ’থেৰাপী ব্যৱহাৰ কৰা হয়।

সেই সময়ত ৰোগীসকলৰ যাতে কথা কোৱাত বা খাদ্য চোবোৱাত সমস্যা নহয়, তাৰ বাবে প্রধান লেলাৱটি গ্রন্থিবোৰক বচাই সেয়া প্রয়োগ কৰা হয়। যদিও ইমানদিনে হেজাৰ হেজাৰ আণুবীক্ষণিক লেলাৱটি গ্ৰন্থিৰ সম্পৰ্কে বিজ্ঞানীসকল অৱগত নাছিল বাবে সেইবোৰ ৰেডিয়েচনৰ কবলৰ পৰা ৰক্ষা নপৰিছিল।

ফলত ৰোগীৰ শৰীৰত পার্শ্বপ্রতিক্রিয়াই দেখা দিছিল। আগন্তুক দিনত এই লেলাৱটি গ্রন্থিসমূহৰ সম্পৰ্কে সচেতন হৈ থাকিলে ৰেডিয়েচনৰ সময়ত ৰোগীৰ শৰীৰত পার্শ্বপ্রতিক্রিয়া কমকৈ দেখা যাব বুলি ধাৰণা কৰা হৈছে। এই আৱিষ্কাৰে মানৱ দেহৰ গঠন আৰু কাৰ্যকাৰিতাৰ বুজাপৰাক আৰু সমৃদ্ধ কৰিছে। বিজ্ঞানীসকলে আৰু বিস্তাৰিতভাৱে এই গ্রন্থিসমূহৰ কাৰ্যকাৰিতাক লৈ গৱেষণা অব্যাহত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cancerworld
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d