Saraighat Old Bridge: পাঁচদিনৰ দিনৰ বাবে বন্ধ থাকিব শৰাইঘাট দলং

দলং খনত থকা ৰে'লৱে ট্ৰেক মেৰামতিৰ বাবে বন্ধ থাকিব দলংখন

still bridge

Saraighat Old Bridge:

গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত থকা শৰাইঘাট দলং বন্ধ থাকিব ৷ পাঁচদিনৰ বাবে বন্ধ থাকিব পুৰণি দলং খন ৷

উল্লেখ্য যে দুখলপীয়া দলং খনৰ তলৰ অংশত থকা ৰে’লৱে ট্ৰেকৰ কাম চলাৰ বাবে বন্ধ হ’ব যান-বাহনৰ যাতায়ত ৷ ইতিমধ্যে যাবতীয় অনুমতি বিচাৰি এনএফ ৰে’লৱে কৰ্তৃপক্ষই পত্ৰ প্ৰেৰণ কৰিছে অসম চৰকাৰলৈ ৷ অৱশ্যে নতুন দলং খনৰে সকলো যান-বাহন যাতায়ত কৰিব পাৰিব । দুই এদিনৰ ভিতৰত বিভাগীয় কৰ্তৃপক্ষই বন্ধৰ দিন ঘোষণা কৰিব ।

Exit mobile version