Bilasipara Cyber Criminal Arrested:
ৰাজ্যৰ কেতবোৰ স্থানত শেহতীয়াকৈ গা কৰি উঠিছে চাইবাৰ অপৰাধী ৷ ভুৱা চিম উলিয়াই ইটোৰ পিছত সিটোকৈ সংঘটিত কৰি গৈছে দেশ বিৰোধী কাৰ্যকলাপ ।
বিলাসীপাৰাৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত চাইবাৰ অপৰাধী। অপাৰেচন গোষ্ট চিম এজন দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী সকলক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷
