Imprisonment by the Court : কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড

cachar

Imprisonment by the Court :

ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ৰায়দান আদালতৰ ৷ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড ৷ দণ্ডিত ড্ৰাগছ ব্যৱসায়ীজন হ’ল আবুল হুছেইন।

কাছাৰৰ অতিৰিক্ত সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে ড্ৰাগছ ব্যৱসায়ী আবুল হুছেইন ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে ৷

উল্লেখ্য যে, ২০১৮ত দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী আবুলৰ বাসগৃহত আৰক্ষীৰ অভিযানত জব্দ হৈছিল ৩.৫ কোটি টকাৰ ড্ৰাগছ ৷ বিগত সাতবছৰযোৰা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে অৱশেষত কঠোৰ শাস্তি বিহিলে ড্ৰাগছ ব্যৱসায়ীজনক ৷

Exit mobile version