বুৰঞ্জী প্ৰসিদ্ধ বগাই ৰাজ্যৰ ৰজাৰ বংশধৰৰ মৃত্যু

IMG 20250804 WA0093

Passed away:✒️বগাই ৰজা খ্যাত ভূৱন সিং ৰাভাৰ মৃত্যু। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ । বংশানুক্ৰমে ১৯৯৯ চনৰ ২৭ ফেব্ৰুৱাৰীত ৰজাৰ সন্মান দিয়া হৈছিল।

বনগাঁও মৌজাই প্ৰদান কৰিছিল ৰজাৰ সন্মান। বকো বামুণীগাঁও ঔফুলাৰ বাসগৃহত মৃত্যু তেখেতৰ। প্ৰায় ৩মাহ ধৰি পক্ষাঘাত ৰোগত আক্ৰন্ত আছিল।

ভাৰতীয় সেনাৰ পৰা অব্যাহতি লৈ গ্ৰহণ কৰিছিল ৰজাৰ সন্মান। তেখেতৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ।

সন্মান সহকাৰে শেষকৃত সমাপনৰ ব্যৱস্থা। পত্নীসহ দুই কন্যা সন্তানক ইহসংসাৰত এৰি যাই ৰজা ভূৱন সিং ৰাভাই।

Exit mobile version