Basistha Theft :বশিষ্ঠ আৰক্ষীৰ জালত দুই গভাইত ৰন্ধন গেছৰ চিলিণ্ডাৰ চোৰ

theft 1

Basistha Theft :

বশিষ্ঠ আৰক্ষীৰ জালত দুই গভাইত ৰন্ধন গেছৰ চিলিণ্ডাৰ চোৰ ৷ দিন দুপৰতে বাইকত অহা দুই চোৰে এটা বাসগৃহৰ পৰা চুৰি কৰি লৈ যায় ৰন্ধন গেছৰ চিলিণ্ডাৰ ৷ চিলিণ্ডাৰ চুৰি কাণ্ডৰ সমস্ত দৃশ্যাৱলী বন্দী হয় চিচিটিভিত ৷

গৃহস্থৰ এজাহাৰ আৰু চিচিটিভি ফুটেজৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই চিলিণ্ডাৰ চোৰক ৷ ধৃত চোৰ দুটাৰ নাম সুপ্ৰতিভ নাথ আৰু নিৰ্মল নাথ ৷

Exit mobile version