Dispur Theft: দিছপুৰ আৰক্ষীৰ জালত কুখ্যাত তামৰ তাঁৰ আৰু এচিৰ তামৰ পাইপ চোৰ

dispur

Dispur Theft:

দিছপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কুখ্যাত তামৰ তাঁৰ, এচি পাইপ চোৰক ৷ বিশেষ খবৰৰ ভিত্তিত মহানগৰীৰ দক্ষিণ গাওঁৰ সৰু তিনিআলিৰ এটা গুদামৰ পৰা আটক কৰে আব্বাছ আলী নামৰ গভাইত চোৰটোক ৷ চোৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২.৫৫ কুইন্টল তামৰ তাঁৰ, ৩৫ কেজি এচিৰ তামৰ পাইপ

Exit mobile version