Chintan Baithak:সন্দেহযুক্ত নাগৰিকক উজনি অসম ত্যাগৰ সময়সীমা বান্ধি দিলে ১৫ টা জাতীয় সংগঠনে

১৫ আগষ্টৰ ভিতৰত ত্যাগ কৰিব লাগিব উজনি অসম

baithak

Chintan Baithak:

সন্দেহযুক্ত নাগৰিকক উজনি অসম ত্যাগৰ সময়সীমা বান্ধি দিলে ১৫ টা জাতীয় সংগঠনে।
১৫ আগষ্টৰ ভিতৰত ত্যাগ কৰিব লাগিব উজনি অসম।
শিৱসাগৰৰ কে পি এম হলত ১৫ টা সংগঠৰ যৌথ নেতৃবৰ্গৰ চিন্তন বৈঠকত এই সিদ্ধান্ত ৷

সংবাদমেলযোগে সিদ্ধান্ত সমূহ সদৰি জাতীয় সংগঠন কেইটাৰ নেতৃবৰ্গৰ I

Exit mobile version