Guwahati:মহানগৰীৰ ‘জু-ৰোডৰ BEER CAFE ‘ৰ নিৰাপত্তাৰক্ষীৰ প্ৰহাৰ কৰা দুই যুৱক আৰক্ষীৰ জালত

zoo road

Guwahati:

মহানগৰীৰ ‘জু-ৰোডৰ BEER CAFE ৰ পাকিঙত নিৰাপত্তাৰক্ষীক প্ৰহাৰ কৰা দুই যুৱক আৰক্ষীৰ জালত। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পুতুল ৰামচিয়াৰী আৰু লোহিত কাকতিক ৷ উল্লেখ্য যে,আটকাধীন দুই যুৱকে সুৰাসক্ত অৱস্থাত BEER CAFE ৰ পাকিঙত বাৰ খনৰ দুজনকৈ নিৰাপত্তাৰক্ষীক উপযুপৰি প্ৰহাৰ কৰিছিল ।

Exit mobile version