Mohanmala Passes Away : কাজিৰঙাৰ মোহনমালাৰ দেহাৱসান,শোকাভিভূত কাজিৰঙাবাসী

elephant

Mohanmala Passes Away :

দীৰ্ঘদিন ধৰি কাজিৰঙাত হাতী চাফাৰীত সেৱা আগবঢ়াই অহা ৰাষ্ট্ৰীয় উদ্যানৰ সবাতোকৈ বয়স্ক হাতী মোহন মালাৰ মৃত্যু ৷

বয়স্ক হাতী মোহন মালাৰ কিছুদিন ধৰি অসুস্থ হৈ আছিল ৷ উদ্যানৰ বিভাগীয় পশু চিকিৎসকে অহৰহ চিকিৎসা চলাই থকাৰ মাজতে অৱশেষত বৃহস্পতিবাৰে নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে কাজিৰঙাৰ সকলোৰে আদৰৰ মোহন মালাই

মোহন মালাৰ মৃত্যুত শোকাভিভূত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া- কৰ্মচাৰীৰ লগতে হাতী চাফাৰী আৰু জীপ চাফাৰী সন্থা।

Exit mobile version