flag hosting

National Flag Hoisting : মুখ্যমন্ত্ৰী সহ আন আন মন্ত্ৰী সকলে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা:

১/ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা: খানাপাৰা

২/ৰঞ্জিত দাস: দক্ষিণ শালমাৰা

৩/চন্দ্ৰ মোহন পাটোৱাৰী: আমিন গাঁও

৪/ৰণোজ পেগু: বিশ্বনাথ চাৰিআলি

৫/জয়ন্ত মল্লবৰুৱা:নলবাৰী

৬/পীয়ুষ হাজৰিকা:মৰিগাঁও

৭/নন্দিতা গালোর্চা: বঙাইগাঁও

৮/বিমল বৰা: তিনিচুকীয়া

৯/ইউ জি ব্ৰহ্ম – মুছলপুৰ

১০/যোগেন মহন: চৰাইদেউ

১১/অতুল বৰা:যোৰহাট

১২/কেশৱ মহন্ত :নগাঁও

১৩/অজন্তা নেওগ: শিৱসাগৰ

১৪/কৃষ্ণেন্দু পাল: শ্রীভূমি

১৫/অশোক সিংহল: শোণিতপুৰ

১৬/কৌশিক ৰায় :শিলচৰ

১৭/ৰূপেশ গোৱালা:লক্ষীপুৰ

# মুখ্য কাৰ্যবাহী সদস্য সকলে ক’ত কৰিব পতাকা উত্তোলন:

১/প্রমোদ বড়ো:কোকৰাঝাৰ

২/গোবিন্দ বসুমতাৰী:ওদালগুৰি

৩/তুলিৰাম ৰংহাং:ডিফু

৪/দেৱলাল গালোর্চা:হাফলং

Exit mobile version