Cid Raid In Nagaon School Inspector Office:
ৰাজ্যত সংগোপনে চলি থকা ভুৱা চার্টিফিকেটৰ উৎস বিচাৰি মঙলবাৰে নগাঁৱত চিআইডিৰ এটি তিনিজনীয়া দলে অভিযান চলাই ৷ নগাঁও চহৰস্থ নগাঁও জিলা সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যলয়ত বহু সময় ধৰি গুৱাহাটীৰ পৰা অহা তিনিজনীয়া চিআইডিৰ দলটোৱে তন্নতন্নকৈ পৰীক্ষা কৰে বিভিন্ন নথিপত্ৰ ৷ উল্লেখ্য যে, শিক্ষকৰ চাকৰিৰ বাবে বিভিন্ন চাকৰি প্ৰাৰ্থীয়ে কেতবোৰ ভুৱা নথি জমা দিয়াৰ অভিযোগ উদ্থাপিত হৈছিল ৷
ADVERTISEMENT






























