Hojai :
হোজাই জিলাৰ খাদ্য,ৰাজহুৱা বিতৰণ আৰু পৰিক্ৰমা বিভাগৰ পৰিদৰ্শকক নিলম্বন I নিলম্বিত পৰিদৰ্শকগৰাকী হৈছে ৰাজেশ আগৰৱালা।
দুৰ্নীতি – অনিয়ম আৰু কামৰ সময়ত দুব্যৱহাৰৰ একাধিক অভিযোগৰ ভিত্তিত খাদ্য,ৰাজহুৱা বিতৰণ আৰু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় পৰিদৰ্শক গৰাকীক।
