প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ পবিত্ৰ মাৰ্ঘেৰিটাৰ 

IMG 20250820 WA0100

আজি বিদেশ আৰু বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেখেতৰ কাৰ্যালয়ত সাক্ষাৎ কৰে ।

লগতে দুয়োটা বিভাগৰ কাম-কাজৰ এক খতিয়ান দাঙি ধৰাৰ লগতে ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে মাৰ্গদৰ্শন লাভ কৰে।

Exit mobile version