AJP Protest in GMCH:জিএমচিএইছত নৱজাতকৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ অসম জাতীয় পৰিষদৰ প্রতিবাদ

অধ্যক্ষ ডা:অচ্যুৎ বৈশ্যক নিলম্বনৰ দাবী

AJP PROTEST

AJP Protest in GMCH:

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিছনাৰ পৰা এটি নৱজাতকৰ মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে শুকুৰবাৰে অসম জাতীয় পৰিষদে মহানগৰীৰ ভঙাগড়স্থিত জিএমচিএইছৰ সন্মুখত এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ৷
নৱজাতকৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ প্রতিবাদ কাৰ্যসূচীত অংশলোৱা প্ৰতিবাদকাৰীৰ দাবী জিএমচিএইছৰ অধ্যক্ষ ডা:অচ্যুৎ কুমাৰ বৈশ্যক নিলম্বন আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ কৰে ৷
অসম জাতীয় পৰিষদৰ প্ৰতিবাদকাৰী সকলেহাতত প্লেকাৰ্ড লৈ জিএমচিএইছ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে জিএমচিএইছ প্ৰৱেশদ্বাৰ ৷
Exit mobile version