Uriamghat: উৰিয়ামঘাটত এনএছচিএনৰ সন্দেহত আটক ৪ অস্ত্ৰধাৰী নগা যুৱক

NAGA 1

Uriamghat:

অসম- নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটত মধুপুৰস্থ বন বিভাগৰ অস্থায়ী শিৱিৰৰ আশেপাশে বৃহস্পতিবাৰে নিশা অনাধিকাৰ ঘূৰি ফুৰা অৱস্থাত ৪ অস্ত্ৰধাৰী নগা যুৱকক গ্ৰেপ্তাৰ কৰে বনৰক্ষীৰ দলে ৷ এনএছচিএনৰ সন্দেহত আটক কৰি পিছতে জেৰাত আটকাধীন নগা যুৱক কেইজনে নিজকে
নগা আৰক্ষীৰ জোৱান বুলি চিনাকি দিয়ে ৷

পিছত অসম আৰক্ষী- চিআৰপিএফ আৰু নাগালেণ্ডৰ চৰকাৰী বিষয়াৰ উপস্থিতিত পাৰস্পৰিক বুজাপৰাৰ মাধ্যমেৰে আই আৰ বি এনক গতাই দিয়া হয় আটকাধীন নগা আৰক্ষীৰ লোক কেইজনক I

Exit mobile version