Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মগজুৰ ক্ষুদ্ৰ ৰক্তবাহিকাসমূহৰ ক্ষতি কৰে উচ্চ ৰক্তচাপেঃ আনতকৈ ভাৰতীয়সকল অধিক হৃদৰোগ প্ৰৱণ হয়: বিশেষজ্ঞ

publisher by publisher
August 24, 2025
in News, International
Reading Time: 1 min read
0
মগজুৰ ক্ষুদ্ৰ ৰক্তবাহিকাসমূহৰ ক্ষতি কৰে উচ্চ ৰক্তচাপেঃ আনতকৈ ভাৰতীয়সকল অধিক হৃদৰোগ প্ৰৱণ হয়: বিশেষজ্ঞ
2
SHARES
15
VIEWS
ShareShareShareShare

বহুতৰে জ্ঞাত যে ১২০/৮০ক পৰিমাপক স্বাভাৱিক ৰক্তচাপ আখ্যা দিয়া হয়। শেহতীয়াভাবে স্বাভাৱিক ৰক্তচাপৰ পৰিমাপ হাস পাইছে। স্বাস্থ্য বিশেষজ্ঞসকলে প্রকাশ কৰা অনুসৰি বৰ্তমানে স্বাভাৱিক ৰক্তচাপৰ পৰিমাণ হৈছে ১১৫-১১৯/৭০-৭৯।

ADVERTISEMENT

অর্থাৎ সহজ ভাষাত ক’ব গ’লে শৰীৰৰ ওপৰৰ অংশৰ ৰক্তচাপ ১১৫ৰ পৰা ১১৯ আৰু তলৰ অংশৰ চাপ ৭০ৰ পৰা ৭৯ থাকিলে ৰক্তচাপ স্বাভাৱিক বুলি গণ্য কৰিব পাৰি। উল্লেখ্য যে ৰক্তচাপ পাৰাৰ মিলিমিটাৰ (এমএম এইছজি) ত জোখা হয়। গতিকে নতুন পৰিমাপ অনুসৰি স্বাভাৱিক ৰক্তচাপৰ পৰিমাপ হৈছে ১১৫-১১৯/৭০-৭৯ এমএম এইছজি। ৰক্তচাপে স্বাস্থ্যৰ ক্ষেত্ৰত বৃহৎ প্রভাৱ পেলায়।

RelatedPosts

এইবাৰ নিখুঁত ৰক্তচাপ জুখিব আপোনাৰ টেটুৱে ! আশ্চর্যকৰ আৱিষ্কাৰত হৈ চৈ

High Blood Pressure : উচ্চ ৰক্তচাপৰ পাঁচ লক্ষণ : দেখিও উপেক্ষা কৰে অধিকাংশ‌ই

ৰক্তচাপ প্ৰতিৰােধ কৰিব কেনেকে

এই সম্পর্কত মেক্স হেল্থকেয়াৰৰ হৃদ বিজ্ঞানৰ অধ্যক্ষ ডাঃ বলবীৰ সিঙে কয় যে শৰীৰৰ ওপৰৰ অংশৰ ৰক্তচাপ ১৩০-১৩৯লৈ আৰু তলৰ অংশৰ ৰক্তচাপ ৮০-৮৯লৈ বৃদ্ধি পালে তাক প্ৰথমটো স্তৰৰ উচ্চ ৰক্তচাপ বুলি গণ্য কৰা হয়। উচ্চ ৰক্তচাপে মগজুৰ স্বাস্থ্য আৰু মহিলাসকলৰ গৰ্ভধাৰণৰ সময়তো সমস্যাৰ সৃষ্টি কৰে।

আনকি উচ্চ ৰক্তচাপে মগজুৰ ক্ষুদ্ৰ ৰক্তবাহিকাসমূহৰো ক্ষতি কৰে বুলিও গৱেষণাৰ তথ্যৰ উদ্ধৃতি দি ডাঃ সিঙে প্রকাশ কৰে। এই ক্ষতিৰ ফলত জন্মগত কার্য সম্পাদনত সমস্যাৰ সৃষ্টি হয়। ডাঃ সিঙে আন এক উদ্বেগজনক তথ্য সদৰী কৰি কয়, ‘জিনগত দিশৰ পৰা ভাৰতীয়সকল আন দেশৰ লোকতকৈ অধিক হৃদৰোগ প্ৰৱণ হয়। শেহতীয়াভাবে প্রকাশ পোৱা সংশোধিত গাইড লাইনে আগতীয়াকৈ উচ্চ ৰক্তচাপ প্ৰতিৰোধৰ উপায় দিছে।’

আগতীয়াকৈ উচ্চ ৰক্তচাপ প্ৰতিৰোধৰ এই সংশোধিত গাইড লাইন প্রস্তুত কৰিছে আমেৰিকান হার্ট এছ’চিয়েছন (এএইছএ)-এ। গৱেষণাত পোহৰলৈ অহা মতে হৃদৰোগ, স্ট্র’ক, ডিমেন্সিয়া, বৃক্কৰ জটিল ৰোগৰ অন্যতম প্রধান কাৰণ হ’ল উচ্চ ৰক্তচাপ। গতিকে উচ্চ ৰক্তচাপ আগতীয়াকৈ প্ৰতিৰোধ কৰিব পাৰিলে এনে ধৰণৰ জটিল ৰোগৰ আশংকা দূৰ কৰিব পাৰি।

কেতিয়া ৰক্তচাপ প্ৰতিৰোধৰ বাবে ঔষধ গ্রহণ কৰিব লাগে?

আমেৰিকান হার্ট এছ’চিয়েছনৰ শেহতীয়া সংশোধিত গাইড লাইন অনুসৰি ৰক্তচাপ ১৩০-১৩৯লৈ বৃদ্ধিলৈকে জীৱনশৈলী পৰিৱৰ্তনৰ জৰিয়তে ৰক্তচাপ ব্যৱস্থাপনা কৰিব লাগে। তাৰ পাছতো শৰীৰৰ তলৰ অংশৰ ৰক্তচাপ ৮০ৰ পৰা ৯০ এমএম এইছজিলৈ বৃদ্ধি পায়। তেতিয়া এটা দৰব গ্ৰহণৰ পৰামৰ্শ চিকিৎসকে দিয়ে।

ডাঃ সিঙে প্রকাশ কৰা অনুসৰি ৰক্তচাপ ১৪০/৯০ এমএম এইছজিতকৈ অধিক হ’লে দুবিধ দৰব খাব লাগে। দুয়োবিধ ঔষধে সুকীয়া ব্যৱস্থাৰে কাম কৰি ৰক্তচাপ হ্রাস কৰে। গতিকে ৰক্তচাপ হাস কৰাৰ বাবে অধিক পৰিমাণত এটা ঔষধ গ্রহণতকৈ দুটা ঔষধ গ্রহণ কৰিলে অধিক কাম কৰে।

ৰক্তচাপ নিৰ্ণয়ৰ বাবে ব্যৱহাৰ কৰা পৰীক্ষা আমেৰিকান হার্ট এছ’চিয়েছনৰ শেহতীয়া সংশোধিত গাইড লাইন অনুসৰি উচ্চ ৰক্তচাপ নিৰ্ণয়ৰ বাবে যকৃতৰ সম্পাদন পৰীক্ষা (এলএফটি), বৃক্কৰ কাৰ্য সম্পাদন পৰীক্ষা (কেএফটি), ছডিয়াম-পটাছিয়ামৰ ভাৰসাম্য, ইউৰিক এচিড আৰু তেজত চেনি বা শৰ্কৰাৰ পৰিমাণ পৰীক্ষা কৰিব লাগে।

অৱশ্যে এই শেহতীয়া গাইড লাইন উচ্চ ৰক্তচাপ নিৰ্ণয়ৰ ক্ষেত্ৰত বৃক্ক আৰু হৰমনো লক্ষ্য কৰিবলৈ কোৱা হৈছে। অর্থাৎ উচ্চ ৰক্তচাপ নিৰ্ণয়ৰ বাবে মূত্ৰৰ এলবুমিন আৰু ক্রিয়েটিনাইনৰ অনুপাত (বৃক্কৰ স্বাস্থ্যৰ জোখ-মাখ) কৰাটো এই গাইড লাইনে বাধ্যতামূলক কৰিছে।

লগতে এই গাইড লাইনে এলড’ষ্টৰণ আৰু ৰেনিনৰ অনুপাত পৰীক্ষা কৰাটোও বাধ্যতামূলক কৰিছে। এক নিৰ্দিষ্ট হৰমনৰ পৰা সৃষ্ট উচ্চ ৰক্তচাপ চিনাক্তকৰণৰ বাবে এলড’ষ্টৰণ আৰু ৰেনিনৰ অনুপাত পৰীক্ষা কৰা হয়। এই দুবিধ পৰীক্ষা দ্বিতীয় পৰ্যায়ৰ উচ্চ ৰক্তচাপ নিৰ্ণয়ৰ ক্ষেত্ৰতো প্রয়োগ কৰিব লাগে।

এই সম্পর্কত ডাঃ সিঙে কয় যে উচ্চ ৰক্তচাপৰ ৰোগীৰ ক্ষেত্ৰত মধুমেহ, গৰ্ভধাৰণ আৰু বৃক্কৰ স্বাস্থ্যৰ অৱস্থায়ো প্রভাৱ পেলায়। এইসমূহে উচ্চ ৰক্তচাপ কিমান আগ্রাসী আৰু আগতীয়া চিকিৎসা কি হ’ব সেয়াও নির্ধাৰণ কৰে বুলি বিশেষজ্ঞ চিকিৎসকজনে প্রকাশ কৰে।

তেওঁ লগতে আঙুলিয়াই দিছে যে নিমখত থকা পটাছিয়ামে হওক বা আহাৰত থকা পটাছিয়ামে হওক ৰক্তচাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পটাছিয়ামৰো ভূমিকা থাকে। আমেৰিকান হার্ট এছ’চিয়েছনে বিশ্বাস কৰে যে উচ্চ ৰক্তচাপ প্ৰতিৰোধ বা চিকিৎসাত পটাছিয়াম নিৰ্ভৰ নিমখক বিকল্পৰূপে ব্যৱহাৰ কৰিব পাৰি।

অৱশ্যে বৃক্ক ৰোগত আক্ৰান্তৰ ক্ষেত্ৰত এই ব্যৱস্থা গ্রহণ কৰিব নোৱাৰি। আমেৰিকান হার্ট এছ’চিয়েছনে লগতে মতপোষণ কৰিছে যে চিকিৎসাতকৈ প্ৰতিৰোধ অধিক গুৰুত্বপূৰ্ণ। প্ৰতিৰোধৰ অংশৰূপে দৈনিক ছডিয়াম গ্ৰহণৰ পৰিমাণ ২৩শ মিলিগ্ৰামতকৈ কম পৰিমাণৰ কৰা উচিত।

এনেদৰে ছডিয়াম গ্ৰহণৰ পৰিমাণ কমাই আনি নিতৌ ১৫শ মিলিগ্রামলৈ হ্রাস কৰা উচিত। একেদৰে ধূমপান ত্যাগ কৰিব লাগে আৰু সুৰাপানৰ পৰিমাণ সীমিত কৰিব লাগে। এই ক্ষেত্ৰত পুৰুষ-নাৰী বুলি কথা নাই। সকলোৱে সুৰাপানৰ পৰিমাণ হ্রাস কৰা উচিত। তদুপৰি আমেৰিকান হার্ট এছ’চিয়েছনে আঙুলিয়াই দিছে যে ধ্যান, শ্বাস-প্রশ্বাস নিয়ন্ত্রণ আৰু ওজন হ্রাস কৰি মানসিক চাপ ব্যৱস্থাপনা কৰিব লাগে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Blood pressurehigh pressurelow pressure
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d