Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

    কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

মগজুৰ ক্ষুদ্ৰ ৰক্তবাহিকাসমূহৰ ক্ষতি কৰে উচ্চ ৰক্তচাপেঃ আনতকৈ ভাৰতীয়সকল অধিক হৃদৰোগ প্ৰৱণ হয়: বিশেষজ্ঞ

publisher by publisher
August 24, 2025
in International, News
Reading Time: 1 min read
0
মগজুৰ ক্ষুদ্ৰ ৰক্তবাহিকাসমূহৰ ক্ষতি কৰে উচ্চ ৰক্তচাপেঃ আনতকৈ ভাৰতীয়সকল অধিক হৃদৰোগ প্ৰৱণ হয়: বিশেষজ্ঞ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

এইবাৰ নিখুঁত ৰক্তচাপ জুখিব আপোনাৰ টেটুৱে ! আশ্চর্যকৰ আৱিষ্কাৰত হৈ চৈ

High Blood Pressure : উচ্চ ৰক্তচাপৰ পাঁচ লক্ষণ : দেখিও উপেক্ষা কৰে অধিকাংশ‌ই

ৰক্তচাপ প্ৰতিৰােধ কৰিব কেনেকে

বহুতৰে জ্ঞাত যে ১২০/৮০ক পৰিমাপক স্বাভাৱিক ৰক্তচাপ আখ্যা দিয়া হয়। শেহতীয়াভাবে স্বাভাৱিক ৰক্তচাপৰ পৰিমাপ হাস পাইছে। স্বাস্থ্য বিশেষজ্ঞসকলে প্রকাশ কৰা অনুসৰি বৰ্তমানে স্বাভাৱিক ৰক্তচাপৰ পৰিমাণ হৈছে ১১৫-১১৯/৭০-৭৯।

ADVERTISEMENT

অর্থাৎ সহজ ভাষাত ক’ব গ’লে শৰীৰৰ ওপৰৰ অংশৰ ৰক্তচাপ ১১৫ৰ পৰা ১১৯ আৰু তলৰ অংশৰ চাপ ৭০ৰ পৰা ৭৯ থাকিলে ৰক্তচাপ স্বাভাৱিক বুলি গণ্য কৰিব পাৰি। উল্লেখ্য যে ৰক্তচাপ পাৰাৰ মিলিমিটাৰ (এমএম এইছজি) ত জোখা হয়। গতিকে নতুন পৰিমাপ অনুসৰি স্বাভাৱিক ৰক্তচাপৰ পৰিমাপ হৈছে ১১৫-১১৯/৭০-৭৯ এমএম এইছজি। ৰক্তচাপে স্বাস্থ্যৰ ক্ষেত্ৰত বৃহৎ প্রভাৱ পেলায়।

এই সম্পর্কত মেক্স হেল্থকেয়াৰৰ হৃদ বিজ্ঞানৰ অধ্যক্ষ ডাঃ বলবীৰ সিঙে কয় যে শৰীৰৰ ওপৰৰ অংশৰ ৰক্তচাপ ১৩০-১৩৯লৈ আৰু তলৰ অংশৰ ৰক্তচাপ ৮০-৮৯লৈ বৃদ্ধি পালে তাক প্ৰথমটো স্তৰৰ উচ্চ ৰক্তচাপ বুলি গণ্য কৰা হয়। উচ্চ ৰক্তচাপে মগজুৰ স্বাস্থ্য আৰু মহিলাসকলৰ গৰ্ভধাৰণৰ সময়তো সমস্যাৰ সৃষ্টি কৰে।

আনকি উচ্চ ৰক্তচাপে মগজুৰ ক্ষুদ্ৰ ৰক্তবাহিকাসমূহৰো ক্ষতি কৰে বুলিও গৱেষণাৰ তথ্যৰ উদ্ধৃতি দি ডাঃ সিঙে প্রকাশ কৰে। এই ক্ষতিৰ ফলত জন্মগত কার্য সম্পাদনত সমস্যাৰ সৃষ্টি হয়। ডাঃ সিঙে আন এক উদ্বেগজনক তথ্য সদৰী কৰি কয়, ‘জিনগত দিশৰ পৰা ভাৰতীয়সকল আন দেশৰ লোকতকৈ অধিক হৃদৰোগ প্ৰৱণ হয়। শেহতীয়াভাবে প্রকাশ পোৱা সংশোধিত গাইড লাইনে আগতীয়াকৈ উচ্চ ৰক্তচাপ প্ৰতিৰোধৰ উপায় দিছে।’

আগতীয়াকৈ উচ্চ ৰক্তচাপ প্ৰতিৰোধৰ এই সংশোধিত গাইড লাইন প্রস্তুত কৰিছে আমেৰিকান হার্ট এছ’চিয়েছন (এএইছএ)-এ। গৱেষণাত পোহৰলৈ অহা মতে হৃদৰোগ, স্ট্র’ক, ডিমেন্সিয়া, বৃক্কৰ জটিল ৰোগৰ অন্যতম প্রধান কাৰণ হ’ল উচ্চ ৰক্তচাপ। গতিকে উচ্চ ৰক্তচাপ আগতীয়াকৈ প্ৰতিৰোধ কৰিব পাৰিলে এনে ধৰণৰ জটিল ৰোগৰ আশংকা দূৰ কৰিব পাৰি।

কেতিয়া ৰক্তচাপ প্ৰতিৰোধৰ বাবে ঔষধ গ্রহণ কৰিব লাগে?

আমেৰিকান হার্ট এছ’চিয়েছনৰ শেহতীয়া সংশোধিত গাইড লাইন অনুসৰি ৰক্তচাপ ১৩০-১৩৯লৈ বৃদ্ধিলৈকে জীৱনশৈলী পৰিৱৰ্তনৰ জৰিয়তে ৰক্তচাপ ব্যৱস্থাপনা কৰিব লাগে। তাৰ পাছতো শৰীৰৰ তলৰ অংশৰ ৰক্তচাপ ৮০ৰ পৰা ৯০ এমএম এইছজিলৈ বৃদ্ধি পায়। তেতিয়া এটা দৰব গ্ৰহণৰ পৰামৰ্শ চিকিৎসকে দিয়ে।

ডাঃ সিঙে প্রকাশ কৰা অনুসৰি ৰক্তচাপ ১৪০/৯০ এমএম এইছজিতকৈ অধিক হ’লে দুবিধ দৰব খাব লাগে। দুয়োবিধ ঔষধে সুকীয়া ব্যৱস্থাৰে কাম কৰি ৰক্তচাপ হ্রাস কৰে। গতিকে ৰক্তচাপ হাস কৰাৰ বাবে অধিক পৰিমাণত এটা ঔষধ গ্রহণতকৈ দুটা ঔষধ গ্রহণ কৰিলে অধিক কাম কৰে।

ৰক্তচাপ নিৰ্ণয়ৰ বাবে ব্যৱহাৰ কৰা পৰীক্ষা আমেৰিকান হার্ট এছ’চিয়েছনৰ শেহতীয়া সংশোধিত গাইড লাইন অনুসৰি উচ্চ ৰক্তচাপ নিৰ্ণয়ৰ বাবে যকৃতৰ সম্পাদন পৰীক্ষা (এলএফটি), বৃক্কৰ কাৰ্য সম্পাদন পৰীক্ষা (কেএফটি), ছডিয়াম-পটাছিয়ামৰ ভাৰসাম্য, ইউৰিক এচিড আৰু তেজত চেনি বা শৰ্কৰাৰ পৰিমাণ পৰীক্ষা কৰিব লাগে।

অৱশ্যে এই শেহতীয়া গাইড লাইন উচ্চ ৰক্তচাপ নিৰ্ণয়ৰ ক্ষেত্ৰত বৃক্ক আৰু হৰমনো লক্ষ্য কৰিবলৈ কোৱা হৈছে। অর্থাৎ উচ্চ ৰক্তচাপ নিৰ্ণয়ৰ বাবে মূত্ৰৰ এলবুমিন আৰু ক্রিয়েটিনাইনৰ অনুপাত (বৃক্কৰ স্বাস্থ্যৰ জোখ-মাখ) কৰাটো এই গাইড লাইনে বাধ্যতামূলক কৰিছে।

লগতে এই গাইড লাইনে এলড’ষ্টৰণ আৰু ৰেনিনৰ অনুপাত পৰীক্ষা কৰাটোও বাধ্যতামূলক কৰিছে। এক নিৰ্দিষ্ট হৰমনৰ পৰা সৃষ্ট উচ্চ ৰক্তচাপ চিনাক্তকৰণৰ বাবে এলড’ষ্টৰণ আৰু ৰেনিনৰ অনুপাত পৰীক্ষা কৰা হয়। এই দুবিধ পৰীক্ষা দ্বিতীয় পৰ্যায়ৰ উচ্চ ৰক্তচাপ নিৰ্ণয়ৰ ক্ষেত্ৰতো প্রয়োগ কৰিব লাগে।

এই সম্পর্কত ডাঃ সিঙে কয় যে উচ্চ ৰক্তচাপৰ ৰোগীৰ ক্ষেত্ৰত মধুমেহ, গৰ্ভধাৰণ আৰু বৃক্কৰ স্বাস্থ্যৰ অৱস্থায়ো প্রভাৱ পেলায়। এইসমূহে উচ্চ ৰক্তচাপ কিমান আগ্রাসী আৰু আগতীয়া চিকিৎসা কি হ’ব সেয়াও নির্ধাৰণ কৰে বুলি বিশেষজ্ঞ চিকিৎসকজনে প্রকাশ কৰে।

তেওঁ লগতে আঙুলিয়াই দিছে যে নিমখত থকা পটাছিয়ামে হওক বা আহাৰত থকা পটাছিয়ামে হওক ৰক্তচাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পটাছিয়ামৰো ভূমিকা থাকে। আমেৰিকান হার্ট এছ’চিয়েছনে বিশ্বাস কৰে যে উচ্চ ৰক্তচাপ প্ৰতিৰোধ বা চিকিৎসাত পটাছিয়াম নিৰ্ভৰ নিমখক বিকল্পৰূপে ব্যৱহাৰ কৰিব পাৰি।

অৱশ্যে বৃক্ক ৰোগত আক্ৰান্তৰ ক্ষেত্ৰত এই ব্যৱস্থা গ্রহণ কৰিব নোৱাৰি। আমেৰিকান হার্ট এছ’চিয়েছনে লগতে মতপোষণ কৰিছে যে চিকিৎসাতকৈ প্ৰতিৰোধ অধিক গুৰুত্বপূৰ্ণ। প্ৰতিৰোধৰ অংশৰূপে দৈনিক ছডিয়াম গ্ৰহণৰ পৰিমাণ ২৩শ মিলিগ্ৰামতকৈ কম পৰিমাণৰ কৰা উচিত।

এনেদৰে ছডিয়াম গ্ৰহণৰ পৰিমাণ কমাই আনি নিতৌ ১৫শ মিলিগ্রামলৈ হ্রাস কৰা উচিত। একেদৰে ধূমপান ত্যাগ কৰিব লাগে আৰু সুৰাপানৰ পৰিমাণ সীমিত কৰিব লাগে। এই ক্ষেত্ৰত পুৰুষ-নাৰী বুলি কথা নাই। সকলোৱে সুৰাপানৰ পৰিমাণ হ্রাস কৰা উচিত। তদুপৰি আমেৰিকান হার্ট এছ’চিয়েছনে আঙুলিয়াই দিছে যে ধ্যান, শ্বাস-প্রশ্বাস নিয়ন্ত্রণ আৰু ওজন হ্রাস কৰি মানসিক চাপ ব্যৱস্থাপনা কৰিব লাগে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Blood pressurehigh pressurelow pressure
publisher

publisher

Related Posts

এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ
India

October 23, 2026
ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ
Assam

ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

October 23, 2026
৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ
Entertainment

৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

October 23, 2026
শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত
Assam

শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

October 23, 2026
কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’
International

কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

October 23, 2026
মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ
India

মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

October 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d