ভূমিস্খলনত পাঁচজন তীৰ্থযাত্ৰীৰ মৃত্যুৰ পাছত স্থগিত বৈষ্ণো দেৱী যাত্ৰা!

দুৰ্যোগপীড়িত জম্মু-কাশ্মীৰত বৃদ্ধি পালে মৃত্যুৰ সংখ্যা

jammu cover

Jammu and Kashmir:✒️জম্মু-কাশ্মীৰত ধাৰাসাৰ বৰষুণে ধাৰণ কৰিছে বিধ্বংসী ৰূপ। প্ৰকৃতিৰ এই ৰূপৰ ফলত বিভিন্ন স্থানত ন জন লোকৰ মৃত্যু হৈছে ।

বৈষ্ণো দেৱীলৈ যোৱাৰ পথত ভূমিস্খলনৰ ফলত পাঁচগৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আহত আৰু ১৪ গৰাকী তীৰ্থযাত্ৰী।

পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে এতিয়াৰ বাবে তীৰ্থযাত্ৰা স্থগিত ৰাখিছে।

Exit mobile version